ETV Bharat / sports

আইপিএল 2020 : টছত জয়ী হৈ পাঞ্জাৱৰ বিৰুদ্ধে বেটিঙৰ সিদ্ধান্ত কলকাতাৰ

author img

By

Published : Oct 10, 2020, 4:29 PM IST

আইপিএল 2020 ৰ 24 সংখ্যক মেচত আজি মুখামুখি হ'ব কিংছ ইলেভেন পাঞ্জাৱ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কলকাতা দলে ৷

আইপিএল 2020
টছত জয়ী হৈ পাঞ্জাৱৰ বিৰুদ্ধে বেটিঙৰ সিদ্ধান্ত কলকাতাৰ

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ : আইপিএল 2020 ৰ 24 সংখ্যক মেচত টছত জয়ী হৈ কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে ৷

শিৱম মাবীৰ ঠাইত কলকাতা দলত স্থান লাভ কৰিছে পেচাৰ প্ৰসিদ্ধ কৃষ্ণই ৷ আনহাতে, শ্বেলড্ৰন কট্ৰেলৰ পৰিৱৰ্তে পাঞ্জাৱত স্থান লাভ কৰিছে ক্ৰিছ জৰ্ডানে ৷

আইপিএল 2020 ৰ পূৰ্বৰ মেচত কলকাতা দলে চেন্নাই দলক 10 ৰাণত পৰাস্ত কৰিছিল ৷ আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 69 ৰাণত পৰাস্ত হৈছিল পাঞ্জাৱ দল ৷

ইয়াৰ পূৰ্বে দুয়ো দলৰ 25 বাৰৰ মুখামুখিত কলকাতাই 17 বাৰ আৰু পাঞ্জাৱ দলে 8 বাৰকৈ জয় লাভ কৰিছে ৷

স্কোৱাড :

কিংছ ইলেভেন পাঞ্জাৱ : কে. এল. ৰাহুল, মায়ংক আগৰৱাল, মন্দীপ সিং, নিকোলাছ পুৰান, ছিমৰন সিং, গ্লেন মেক্সৱেল, মুজীৱ উৰ ৰহমান, ক্ৰিছ জৰ্ডান, ৰবী বিষ্ণৈ, মহম্মদ ছামী, অৰ্শদ্বীপ সিং ৷

কলকাতা নাইট ৰাইডাৰ্ছ : ৰাহুল ত্ৰিপাঠী, শুভমান গিল, নিতীশ ৰানা, সুনিল নাৰায়ন, ইয়ন মৰ্গান, আন্দ্ৰে ৰাছেল, দিনেশ কাৰ্তিক, পেট কামিনছ, কমলেশ নাগাৰকোটি, প্ৰসিদ্ধ কৃষ্ণ, বৰুণ চক্ৰৱৰ্তী ৷

লগতে পঢ়ক : আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে বেংগালুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.