ETV Bharat / sports

আই পিএলৰ আজিৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে কিংছ ইলেভেন পাঞ্জাৱ

author img

By

Published : Apr 24, 2019, 10:47 AM IST

ৰেটিং পইন্টৰ তালিকাত মুঠ 10 পইন্টেৰে কিংছ ইলেভেন পাঞ্জাৱে পঞ্চম স্থান দখল কৰাৰ বিপৰীতে 6 পইন্টেৰে অষ্টম স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আইপিএলৰ আজিৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে কিংছ ইলেভেন পাঞ্জাৱ

স্পৰ্টচ ডেস্ক, 24 এপ্ৰিলঃ আজি আই পি এলৰ 42 সংখ্যক মেচত মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷ বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব এই মেচখন ৷ বৰ্তমানলৈকে আই পি এলৰ মুঠ 23 খন মেচত মুখামুখী হৈছে দুয়োটা দল ৷ ইয়াৰে 11 খন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে জয়লাভ কৰাৰ বিপৰীতে পাঞ্জাৱ দলে জয়লাভ কৰিছে 12 খনকৈ মেচত ৷

উল্লেখ্য যে, বৰ্তমান ৰেটিং পইন্টৰ তালিকাত মুঠ 10 পইন্টেৰে কিংছ ইলেভেন পাঞ্জাৱো পঞ্চম স্থান দখল কৰাৰ বিপৰীতে 6 পইন্টেৰে অষ্টম স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷

Intro:Body:

IPL TODAY: RCB vs KXIP

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.