ETV Bharat / sports

আইপিএল ২০১৯ঃ প্লে' অফত স্থান সুনিশ্চিত মুম্বাই দলৰ - ছুপাৰ অ'ভাৰ

আইপিএল ২০১৯ৰ প্লে' অফত যোগ্যতা অৰ্জন কৰিছে মুম্বাই ইণ্ডিয়ানছ দলে । বৃহস্পতিবাৰে অনুষ্ঠিত মেচত ছানৰাইজাৰ্ছ হাইদৰাবাদ দলক ছুপাৰ অ'ভাৰত পৰাস্ত কৰি মুম্বাই দলে প্লে' অফত স্থান সুনিশ্চিত কৰে।

আইপিএল ২০১৯ : প্লে' অফত স্থান সুনিশ্চিত মুম্বাই দলৰ
author img

By

Published : May 3, 2019, 8:24 AM IST

Updated : May 3, 2019, 9:26 AM IST

নিউজ ডেস্ক, ৩ মেঃ বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল মেচত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে শ্বাসৰুদ্ধকৰ জয়েৰে মুম্বাই ইণ্ডিয়ানছ দলে প্লে' অফৰ যোগ্যতা অৰ্জন কৰিছে। মুম্বাই দলে বৰ্তমান ১৬ পইন্ট অৰ্জনেৰে তালিকাৰ দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে হাইদৰাবাদ দলে ১২ পইন্ট অৰ্জনেৰে চতুৰ্থ স্থানত ৰৈছে।

ETV BHARAT
আইপিএল ২০১৯ : প্লে' অফত স্থান সুনিশ্চিত মুম্বাই দলৰ

মুম্বাই দলে প্ৰথমে বেটিং কৰি ১৬৩ ৰাণ সংগ্ৰহ কৰাৰ পাছত হাইদৰাবাদ দলে অপেনাৰ ঋধিমান সাহা আৰু মাৰ্টিন গোপটিলৰ সুন্দৰ বেটিঙেৰে চাৰি অভাৰত ৪০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পাছতে যছপ্ৰীত বুমৰাহে দুয়োজনৰ উইকেট দখল কৰি হাইদৰাবাদ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰে। অন্তিম বলত জয়ী হ'বৰ বাবে হাইদৰাবাদ দলক ৭ ৰাণৰ প্ৰয়োজন হৈছিল যদিও মনিশ পাণ্ডেই ৬ কোবোৱাত খেলখনৰ ফলাফলৰ বাবে ছুপাৰ অ'ভাৰৰ প্ৰয়োজন হয়।

ছুপাৰ অ'ভাৰত মুম্বাই দলে ৯ ৰাণ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে হাইদৰাবাদ দলে ২ উইকেট হেৰুৱাই ৮ ৰাণহে কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে মুম্বাই ইণ্ডিয়ানছ দলে প্লে' অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়।

IPL 2019 : MI QUALIFY FOR THE PLAYOFFS

আইপিএল ২০১৯ : প্লে' অফত স্থান সুনিশ্চিত মুম্বাই দলৰ

নিউজ ডেস্ক, ৩ মে': শুকুৰবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আইপিএল মেচত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে শ্বাসৰুদ্ধকৰ জয়েৰে মুম্বাই ইণ্ডিয়ানছ দলে প্লে' অফৰ যোগ্যতা অৰ্জন কৰিছে । মুম্বাই দলে বৰ্তমান ১৬ পইন্ট অৰ্জনেৰে তালিকাৰ দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে হাইদৰাবাদ দলে ১২ পইন্ট অৰ্জনেৰে চতুৰ্থ স্থানত ৰৈছে । 

মুম্বাই দলে প্ৰথমে বেটিং কৰি ১৬৩ ৰাণ সংগ্ৰহ কৰাৰ পাছত হাইদৰাবাদ দলে অপেনাৰ ঋধিমান সাহা আৰু মাৰ্টিন গোপটিলৰ সুন্দৰ বেটিঙেৰে চাৰি অভাৰত ৪০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পাছতে যছপ্ৰীত বুমৰাহে দুয়োজনৰ উইকেট দখল কৰি হাইদৰাবাদ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰে । অন্তিম বলত জয়ী হ'বৰ বাবে হাইদৰাবাদ দলক ৭ ৰাণৰ প্ৰয়োজন হৈছিল যদিও মনিশ পাণ্ডেই ৬ কোবোৱাত খেলখনৰ ফলাফলৰ বাবে ছুপাৰ অ'ভাৰৰ প্ৰয়োজন হয় । 

ছুপাৰ অ'ভাৰত মুম্বাই দলে ৯ ৰাণ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে হাইদৰাবাদ দলে ২ উইকেট হেৰুৱাই ৮ ৰাণহে কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতে মুম্বাই ইণ্ডিয়ানছ দলে প্লে' অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ।   
Last Updated : May 3, 2019, 9:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.