ETV Bharat / sports

বিশ্বকাপৰ বাবে আই পি এল ত্যাগ কৰি যাব বিদেশী খেলুৱৈ

author img

By

Published : Apr 27, 2019, 5:52 PM IST

আগন্তুক এদিনীয়া বিশ্বকাপৰ বাবে ইতিমধ্যে দল নিৰ্বাচন হোৱাৰ পিচত এতিয়া ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত দল-মেনেজমেণ্ট ৷ যাৰ বাবে আধাতে আই পি এল ত্যাগ কৰি নিজ দেশলৈ উভতি যাব বহু বিদেশী খেলুৱৈ ৷

আই পি এল ত্যাগ কৰি যাব বিদেশী খেলুৱৈ

স্পৰ্টছ ডেস্ক, 27 এপ্ৰিলঃ অহা 30 মে’ ৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত এদিনীয়া ক্ৰিকেট বিশ্বকাপ ৷ যাৰ বাবে সাজু হৈছে বিশ্বৰ প্ৰতিটো ক্ৰিকেট দল ৷ বৰ্তমান ইংলেণ্ডৰ কেইবাজনো খেলুৱৈয়ে আই পি এল আধাতে এৰি যোৱা আৰম্ভ কৰিছে ৷ আনহাতে 2 মে’ত অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে যোগদান কৰিব অষ্ট্ৰেলিয়ান কেম্পত ৷

ETV BHARAT
Jason Behrendorff

কোন দলৰ কোন কোন বিদেশী খেলুৱৈয়ে আই পি এল এৰি যাব চাওক...

ৰাজস্থান ৰয়েলছঃ বৰ্তমান আই পি এলৰ সপ্তম স্থান আছে ষ্টিভ স্মিথ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ ৷ অহা 30 এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচৰ পিচতেই ৰাজস্থান ৰয়েলছৰ কেম্প ত্যাগ কৰিব ষ্টিভ স্মিথে ৷ ইয়াৰ লগতে ইংলেণ্ড ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন জছ বাটলাৰ আৰু বেন ষ্টক্ছো উভতি যাব ইংলেণ্ডলৈ ৷

ETV BHARAT
STEVE SMITH

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ 29 এপ্ৰিলৰ পিচত ছানৰাইজাৰ্ছ হায়দৰাবাদত দেখা পোৱা নাযাব ডেভিদ ৱাৰ্ণাৰক ৷ কিংছ ইলেভেন পাঞ্জাৱ দলৰ সৈতে অনুষ্ঠিত হবলগীয়া মেচৰ পিচতেই অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব ৱাৰ্ণাৰ ৷ দলটোৰ পৰা জনী বেয়াৰষ্ট’ , ছাকিব আল হাছান আৰু কেন উলিয়ামচনো অব্যাহতি ল’ব ৷

ETV BHARAT
David Warner and Jonny Bairstow

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুঃ অতি সোনকালেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ কেম্পৰ পৰা অব্যাহতি ল’ব ইংলেণ্ডৰ বাওঁহতীয়া অলৰাউণ্ডাৰ খেলুৱৈ মইন আলী ৷ আলীৰ লগতে অষ্ট্ৰেলিয়াৰ মাৰকা্ছ ষ্টইনিছো ত্যাগ কৰিব আই পি এল ৷

ETV BHARAT
MOEEN ALI

মুম্বাই ইণ্ডিয়ানছঃ মুম্বাই ইণ্ডিয়ানছৰ একাদশত দেখা পোৱা নাযাব শক্তিশালী ৰূপত আই পি এলৰ অভিষেক ঘটা আলজাৰী জছেফক ৷ ইয়াৰ লগতে শ্ৰীলংকাৰ লাছিথ মালিংগা, জেছন বেহৰেনড্ৰফ, কুইণ্টন ডি-কককো দলটোত দেখা পোৱা নাযাব ৷

ETV BHARAT
Lasith Malinga

চেন্নাই চুপাৰ কিংছঃ চেন্নাই চুপাৰ কিংছ দলত আগন্তুক সময়ত দেখা পোৱা নাযাব দক্ষিণ আফ্ৰিকাৰ দুই তাৰকা খেলুৱৈ ইমাৰান তাহিৰ আৰু অধিনায়ক ফেফ ডু প্লেছিছক ৷ বিশ্বকাপৰ বাবে দুয়োখেলুৱৈ নিজ দেশলৈ উভতি যাব ৷

ETV BHARAT
Imran Tahir and Faf du Plessis

কলকাতা নাইট ৰাইডাৰ্ছঃ কলকাতা নাইট ৰাইডাৰ্ছ কেম্পৰ পৰা অব্য়াহতি ল’ব এণ্ড্ৰে ৰাছেল আৰু কাৰল’চ ব্ৰেথৱেইট আৰু ইংলেণ্ডৰ জনী ডেনলী ৷ বিশ্বকাপৰ 15 জনীয়া সদ্যসত অন্তৰ্ভূক্ত আছে দুই ৱেষ্ট ইণ্ডিজ খেলুৱৈৰ লগতে ইংলেণ্ডৰ খেলুৱৈগৰাকীৰ নাম ৷

ETV BHARAT
Andre Russell and Carlos Braithwaite

কিংছ ইলেভেন পাঞ্জাৱঃ আগন্তুক আই পি এলৰ মেচত পাঞ্জাৱ দলৰ লগতে ক্ৰিকেট প্ৰেমীয়ে দেখা নাপাব বিস্ফোৰক গেইলৰ ছিক্সাৰ ৷ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে নিজ দেশলৈ উভতি যাব গেইল ৷ গেইলে চলিত বৰ্ষৰ আই পি এলত 10 খন মেচত 444 ৰান কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ৱেষ্ট ইণ্ডিজৰ নিকল্ছ পোৰাণ আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰো নিজ দেশলৈ উভতি যাব ৷

ETV BHARAT
Chris Gayle

আৰু পঢ়কঃ স্মিথৰ সন্মুখত ডেভিদ ৱাৰ্ণাৰ, জয়পুৰত ৰনডংকা

দিল্লী কেপিটেলছঃ বিশ্বকাপৰ বাবে দিল্লী কেপিটেলছ কেম্পৰ পৰা আই পি এল ত্যাগ কৰি নিজ দেশলৈ উভতি যাব দলটোৰ মুখ্য অস্ত্ৰ কাগিছ ৰাবাডা ৷

ETV BHARAT
KAGISO RABADA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.