ETV Bharat / sports

মানকাডছ ছিষ্টেমত আউট বাটলাৰ

আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মানকডিং ছিষ্টেমত আউটৰ সন্মুখীন হ’ল জ্ছ বাটলাৰ ৷ সোমবাৰে কিংছ ইলেভেন পাঞ্জাৱ দলৰ বিৰুদ্ধে মানকডিং ছিষ্টেমত আউট হয় বাটলাৰ ৷

মাংকাডিং ছিষ্টেমত আউট বাটলাৰ
author img

By

Published : Mar 26, 2019, 8:10 AM IST

স্পৰ্টছ ডেস্ক, 26 মাৰ্চঃ আই পি এলৰ চতুৰ্থখন মেচত সোমবাৰে মুখামুখি হৈছিল ৰাজস্থান ৰয়েলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ ৷ মেচখনৰ দ্বিতীয় ইনিংছত বেটিং কৰি থকা অৱস্থাত মানকডিং ছিষ্টেমত আউট হয় ৰাজস্থান ৰয়েলছৰ খেলুৱৈ জ্ছ বাটলাৰ ৷ মেচখনৰ 13 অভাৰত সঞ্জু ছেমছনক আশ্বিনে বল কৰিবলৈ লওঁতেই নন ষ্ট্ৰাইকাৰত থকা বাটলাৰক ক্ৰীজৰ বাহিৰ হোৱাতেই আউট কৰে আশ্বিনে ৷ ইয়াৰ পাচতেই আশ্বিনে মাংকডৰ আপিল কৰাতথাৰ্ড আম্পায়াৰে আউট ঘোষণা কৰে খেলুৱৈগৰাকীক ৷ 69 ৰানৰ ব্যক্তিগত স্কৰত আউট হয় বাটলাৰ ৷ আশ্বিনৰ এনে কাৰ্যৰ পিচতেই সমালোচনাৰ সন্মুখীন হয় বলাৰগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.