ETV Bharat / sports

এই জটিল মুহুৰ্তই মোক শক্তিশালী কৰিব বুলি কৈছিল বিৰাট ভাইয়েঃ চিৰাজ - ৰাষ্ট্ৰীয় কৰ্তব্যত নিয়োজিত

বিগত সপ্তাহত হায়দৰাবাদত হাওঁফাওৰ ৰোগত আক্ৰান্ত হৈ 53 বছৰ বয়সত চিৰাজৰ পিতৃ মোহাম্মদ গোহাওচৰ মৃত্যু হয় ৷ সেই সময়ত অষ্ট্ৰেলীয়ত থকা চিৰাজক বিচিচিআইয়ে স্বদেশলৈ উভতাৰ বিকল্প দিয়াৰ পাছতো দলটোৰ দ্ৰুত বলাৰ জনে ৰাষ্ট্ৰীয় কৰ্তব্যত নিয়োজিত হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Virat bhai said that tough situation will make me stronger: Mohammed Siraj
এই জটিল মুহুৰ্তই মোক শক্তিশালী কৰিব বুলি কৈছিল বিৰাট ভাইয়েঃ চিৰাজ
author img

By

Published : Nov 24, 2020, 6:05 PM IST

স্পৰ্টচ ডেস্ক, 24 নৱেম্বৰ : বৰ্তমান অষ্ট্ৰেলীয়াত আছে ভাৰতীয় ক্ৰিকেট দল ৷ দলটো অষ্ট্ৰেলীয়াত থকাৰ সময়তে ভাৰতীয় ক্ৰিকেট দলৰ দ্ৰুত বলাৰ মোহাম্মদ চিৰাজৰ পিতৃক দেহাৱসান হয় ৷

নিজৰ পিতৃক হেৰুওৱাৰ শোকৰ এই সময়ছোৱাত পৰিয়ালৰ পৰা দূৰৈত থকা চিৰাজে পিতৃ বিয়োগৰ শোক ব্যক্ত কৰি কয় যে, ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ " শক্তিশালী" হোৱাৰ পৰামৰ্শই তেওঁক অষ্ট্ৰেলীয়াৰ শৃংখলা সমূহ খেলিবলৈ প্ৰস্তুত থকাৰ বাবে অনুপ্ৰাণিত কৰিছে ৷

উল্লেখ্য যে, বিগত সপ্তাহত হায়দৰাবাদত হাওঁফাওৰ ৰোগত আক্ৰান্ত হৈ 53 বছৰ বয়সত চিৰাজৰ পিতৃ মোহাম্মদ গোহাওচৰ মৃত্যু হয় ৷ সেই সময়ত অষ্ট্ৰেলীয়ত থকা চিৰাজক বিচিচিআইয়ে স্বদেশলৈ উভতাৰ বিকল্প দিয়াৰ পাছতো দলটোৰ দ্ৰুত বলাৰ জনে ৰাষ্ট্ৰীয় কৰ্তব্যত নিয়োজিত হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

চিৰাজে এই কঠিন সময়ত তেওৰ কাষত থিয় দিয়া সতীৰ্থ সকলক ধন্যবাদ জনোৱাৰ লগতে বিশেষ ভাৱে শক্তিশালী হৈ থকাৰ বাবে উৎসাহিত কৰা অধিনায়ক কোহলীক কৃতজ্ঞতা জনায় ৷

লগতে পঢ়ক: কোৱাৰিন্টিন নিয়মাৱলীৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব মহম্মদ ছিৰাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.