ETV Bharat / sports

ভাৰত - অষ্ট্ৰেলিয়াৰ মহাৰণ - ETV BHARAT

আজি দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়া আৰু ভাৰতৰ অন্তিম তথা নিৰ্ণায়ক মেচ

INDIA TO FACE AUSSIES
author img

By

Published : Mar 13, 2019, 4:46 PM IST

নিউজ ডেস্ক, ১৩ মাৰ্চ: আজি দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়া আৰু ভাৰতৰ অন্তিম তথা নিৰ্ণায়ক মেচ । পাঁচখনীয়া শৃংখলাত ২-২ ত সমতা স্থাপন কৰাৰ পাছত আজিৰ মেচ খনত দুয়োটা দলেই তীব্ৰ যুঁজত অৱতীৰ্ণ হ'ব ।

ETV BHARAT
INDIA TO FACE AUSSIES

শৃংখলাত ২-০ আগবাঢ়ি থাকিও তৃতীয় আৰু চতুৰ্থ মেচত পৰাস্ত হোৱাত আজি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰতীয় দল ।

INDIA TO FACE AUSSIES IN MUST WIN MATCH

ভাৰত - অষ্ট্ৰেলিয়াৰ মহাৰণ

নিউজ ডেস্ক, ১৩ মাৰ্চ: আজি দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়া আৰু ভাৰতৰ অন্তিম তথা নিৰ্ণায়ক মেচ । পাঁচখনীয়া শৃংখলাত ২-২ ত সমতা স্থাপন কৰাৰ পাছত আজিৰ মেচ খনত দুয়োটা দলেই তীব্ৰ যুঁজত অৱতীৰ্ণ হ'ব । 

শৃংখলাত ২-০ আগবাঢ়ি থাকিও তৃতীয় আৰু চতুৰ্থ মেচত পৰাস্ত হোৱাত আজি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰতীয় দল ।   
PHOTO.jpeg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.