ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া : ভাৰতৰ ‘ঐতিহাসিক জয়’ৰ পাচত তেণ্ডুলকাৰ,ছেহৱাগৰ প্ৰশংসা

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা গাব্বা টেষ্টত ভাৰতীয় দলটোৱে নিজৰ নামত ট্ৰ’ফী লাভ কৰাৰ পাচত জীৱনজোৰা আনন্দ প্ৰাপ্তিৰ অনুভৱ প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ৷ ভাৰতীয় দলটোৰ এই জয়ৰ বাবে লাভ কৰা আনন্দক ছেহৱাগে বিশ্বকাপ জয়ৰ আনন্দতকৈ ওপৰত বুলি ব্যক্ত কৰে ৷

IND vs AUS
ভাৰত বনাম অষ্ট্ৰেলিয়া
author img

By

Published : Jan 19, 2021, 4:06 PM IST

স্প’ৰ্টছ ডেস্ক,19 জানুৱাৰী : বিচিচিআইৰ সভাপতি তথা প্ৰাক্তন ভাৰতীয় দলৰ অধিনায়ক সৌৰভ গাংগুলী আৰু মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নেতৃত্বত মঙলবাৰে গাব্বাত ঐতিহাসিক বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে ৷ আজিংক্য ৰাহানেৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অন্তিমখন টেষ্ট মেচত অষ্ট্ৰেলিয়াক 3 উইকেটত পৰাস্ত কৰি 2-1 শৃংখলাৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷

  • Historic series win for Team India! Youngsters delivered when it mattered, with Gilll and Pant in the forefront. Hats off to Ravi Shastri and the support staff for their part in this turnaround! So so proud of this bunch, this is one for the ages👏👏👏 #AUSvsIND

    — VVS Laxman (@VVSLaxman281) January 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় দলৰ এই জয়ক শচীন তেণ্ডুলকাৰে প্ৰশংসা কৰি কয় যে, প্ৰতিটো শৃংখলাতে এজন নতুন হিৰো থাকে আৰু তেওঁ জয় নিজৰ ফাললৈ লৈ অনাত সহায় কৰে ৷ টুইটযোগে তেণ্ডুলকাৰ ভাৰতীয় দলক অভিনন্দন জ্ঞাপন কৰি কয় যে, ‘‘প্ৰতিখন মেচতে আমি একোজন নতুন হিৰোৰ সৈতে পৰিচয় হওঁ ৷ আমি নিৰ্ভীক কিন্তু অসাৱধান ক্ৰিকেট খেলাত বিশ্বাস কৰো । সাৱলীল আৰু আত্মবিশ্বাসেৰে আঘাত আৰু অনিশ্চিততাবোৰ সাঙুৰি লওঁ । ভাৰতে অন্যতম সৰ্বশ্ৰেষ্ঠ শৃংখলাত জয়লাভ কৰিছে’’ ৷

  • A few years ago, these two Pant and Sundar were going great guns at the Under 19 world cup.
    Who would have thought a few years later, these two on Australian soil will take us on course to one of India's greatest test wins . pic.twitter.com/FEfozghPP6

    — Virender Sehwag (@virendersehwag) January 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, ভাৰতৰ জয়ৰ অন্তত ছেহৱাগেও দলটোক অভিনন্দন জ্ঞাপন কৰি কয় যে, ‘‘আনন্দত আত্মহাৰা হৈ পৰিছো ৷ এয়াই হৈছে নতুন ভাৰত ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ কৰে ৷ এডিলাইডত হোৱা মেচৰ পাচতে এই যুৱকসকলে জীৱনজোৰা আনন্দ বিয়পাইছে’’ ৷

  • EVERY SESSION WE DISCOVERED A NEW HERO.
    Every time we got hit, we stayed put & stood taller. We pushed boundaries of belief to play fearless but not careless cricket. Injuries & uncertainties were countered with poise & confidence. One of the greatest series wins!
    Congrats India. pic.twitter.com/ZtCChUURLV

    — Sachin Tendulkar (@sachin_rt) January 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে ছেহৱাগে কয় য়ে, ‘‘বিশ্বকাপ জিকিলেও এই জয় এক বিশেষ ৷ ইয়াৰ আঁৰত পণ্টৰ ওপৰঞ্চি বিশেষত্ব লুকাই আছে’’ ৷ তেণ্ডুলকাৰ আৰু ছেহৱাগৰ উপৰিও ভিভি এছ লক্ষ্মণে ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ৷

লগতে পঢ়ক : টীম ইণ্ডিয়াৰ 'অসাধাৰণ ধৈৰ্য আৰু দৃঢ় সংকল্প'ক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.