ETV Bharat / sports

গাব্বাৰ ঐতিহাসিক বিজয়: ICC টেষ্ট দলৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত ভাৰত

author img

By

Published : Jan 19, 2021, 4:15 PM IST

আইচিচিয়ে টুইটযোগে কয়, "ভাৰতে অষ্ট্ৰেলিয়াক পিছ পেলাই @এমআৰএফৰ বিশ্বজুৰি আই চি চিৰ টেষ্টৰ দলৰ ৰেংকিঙত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়" এই ঐতিহাসিক বিজয়ৰ বাবে ভাৰতক 32 বছৰ 2 মাহৰ প্ৰয়োজন হ’ল ৷ কিন্তু অৱশেষত মঙলবাৰে আঘাতত জৰ্জৰিত ভাৰতীয় দলটোৱে এই অকল্পনীয় কথাটো সঁচা প্ৰমাণিত কৰি দিলে ৷ ভাৰতে অষ্ট্ৰেলিয়াক শৃংখলাত 2-1ত পৰাস্ত কৰে ৷

ICC Test Team Rankings: Historic win at The Gabba takes India to second place
গাব্বাৰ ঐতিহাসিক বিজয়: ICC টেষ্ট দলৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত ভাৰত

স্পৰ্টছ ডেস্ক,19 জানুৱাৰী: গাব্বাত ভাৰতৰ ঐতিহাসিক বিজয়ে ভাৰতক আইচিচি টেষ্ট দলৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত কৰিলে ৷ 118.44 পইন্টেৰে এই তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ড ৷ আনহাতে, আজিৰ বিজয়ৰ পিছতেই 117.65 পইন্টেৰে দ্বিতীয় স্থানত অধিষ্ঠিত হয় ভাৰত আৰু 113 পইন্টেৰে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া ৷

আনহাতে, এই খেলখনৰ পিছতেই শৃংখলাত উইকেট কিপিঙৰ ক্ষেত্ৰত কৰা নিজৰ সকলো ভুলৰ বাবে ক্ষমা লাভ কৰিব ঋষভ পন্তে ৷ মঙলবাৰৰ বিজয়ৰ ক্ষেত্ৰত পন্তে 89 ৰাণৰ অবদান আগবঢ়ায় ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ব্ৰীছবেন ক্ৰিকেট গ্ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰা শেষৰটো দল আছিল ৱেষ্ট ইণ্ডিজ ৷ দলটোৱে তেতিয়াৰ অধিয়ানক ভিভ ৰিচাৰ্ডৰ নেতৃত্বত 1988 চনত টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক-টীম ইণ্ডিয়াৰ 'অসাধাৰণ ধৈৰ্য আৰু দৃঢ় সংকল্প'ক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.