ETV Bharat / sports

টি-20 শৃংখলা দখলৰ পাচত ভাৰতীয় দলক শুভেচ্ছা ৰোহিত শৰ্মাৰ - ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰৰ বিজয়ৰ পিছতে এক টুইটযোগে ৰোহিত শৰ্মাই কয়, "ভাৰতীয় দলটোৰ বাবে এক অকল্পনীয় শৃংখলা বিজয় ৷ তেওঁলোকৰ খেলৰ শৈলী দেখি মই অভিভূত হৈছো ৷ প্ৰতিগৰাকী সদস্যলৈ শুভেচ্ছা ৷ @বিচিচিআই" ৷ আনহাতে, খেলখনৰ শেষত অধিনায়ক বিৰাট কোহলীয়েও ৰোহিত আৰু জছপ্ৰীত বুমৰাহৰ দৰে খেলুৱৈৰ অনুপস্থিতিৰ পিছতো ভাৰতীয় দলটোৱে আশাপ্ৰদ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে ৷

AUS vs IND second T20: Big thumbs up to each one in Team India, says Rohit Sharma
ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20ঃভাৰতীয় দলক শুভেচ্ছা ৰোহিত শৰ্মাৰ
author img

By

Published : Dec 7, 2020, 12:35 PM IST

স্পৰ্টছ ডেস্ক,7 ডিচেম্বৰঃ দেওবাৰৰ বিজয়েৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-20 শৃংখলাত 2-0 ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰা বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে বেটছমেন ৰোহিত শৰ্মাই ৷ সম্প্ৰতি তেখেতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত নিজৰ আঠুৰ আঘাতৰ চিকিৎসা কৰি আছে যাৰ বাবে সোঁহতীয়া খেলুৱৈগৰাকী ভাৰতৰ হোৱাইট বল স্কোৱাডৰ অংশ নহয় ৷

AUS vs IND second T20: Big thumbs up to each one in Team India, says Rohit Sharma
ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20ঃভাৰতীয় দলক শুভেচ্ছা ৰোহিত শৰ্মাৰ

দেওবাৰে এক টুইটযোগে ৰোহিতে কয়, "ভাৰতীয় দলটোৰ বাবে এক অকল্পনীয় শৃংখলা বিজয় ৷ তেওঁলোকৰ খেলৰ শৈলী দেখি মই অভিভূত হৈছো ৷ প্ৰতিগৰাকী সদস্যলৈ শুভেচ্ছা @বিচিতিআই" ৷ আনহাতে, খেলখনৰ শেষত অধিনায়ক বিৰাট কোহলীয়েও ৰোহিত আৰু জছপ্ৰীত বুমৰাহৰ দৰে খেলুৱৈৰ অনুপস্থিতিৰ পিছতো ভাৰতীয় দলটোৱে আশাপ্ৰদ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে ৷

  • What a series win for Team India. Loved the way they played nice and composed. Big 👍 to each one of them. @BCCI

    — Rohit Sharma (@ImRo45) December 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কোহলীয়ে কয়, "আমি টি-20ত এটা দলৰ দৰে প্ৰদৰ্শন আগবঢ়াইছো ৷ দলটোত ৰোহিত, বুমৰাহৰ দৰে খেলুৱৈৰ অনুপস্থিতিৰ পিছতো আমাৰ হোৱাইট বল খেলুৱৈসকলে উন্নত প্ৰদৰ্শন দেখুৱাইছে ৷ যাক লৈ মই যথেষ্ট আনন্দিত ৷"

দেওবাৰ দ্বিতীয়খন টি-20ত ভাৰতে অষ্ট্ৰেলিয়াক 6 উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ এই খেলখনত চূড়ান্ত তিনি অ'ভাৰত হাৰ্ডিক পাণ্ডিয়া আৰু শ্ৰেয়াস আয়াৰে 37 ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ সমান্তৰালকৈ কোহলীয়ে 40 আৰু শিখৰ ধাৱনে 52 ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, অহা 10 ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ চিডনী ক্ৰিকেট গ্ৰাউণ্ডত তৃতীয়খন টি-20ত পুনৰ মুখামুখী হ’ব দুয়োটা দল ৷

লগতে পঢ়ক-নটৰাজনক 'মেন অৱ দা মেচ' ঘোষণা কৰিব বুলি ভাবিছিলো : হাৰ্ডিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.