ETV Bharat / sports

শৃংখলাৰ প্ৰথম টেষ্টত অষ্ট্ৰেলিয়াৰ হাতত শোচনীয় পৰাজয় ভাৰতৰ - চাৰিদিনীয়ী শৃংখলাৰ

চাৰিদিনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেছত ভাৰত আঠ উইকেটৰ পৰাজয়ত বিৰাট কোহলীৰ মন্তব্য । দ্বিতীয় ইনিংছত ৯০ ৰাণৰ লক্ষ্যৰে বেট ধৰি ভাৰতে ৩৬ ৰাণতে সীমাৱদ্ধ থাকিবলগীয়া হয় ৷ ইয়াৰ পূৰ্বে ১৯৭৪ ইংলেণ্ডৰ বিৰুদ্ধে অৰ্জন কৰা 41 ৰাণ আছিল দলটোৰ সৰ্বনিম্ন ৰাণ ৷

অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়
Aus vs Ind
author img

By

Published : Dec 19, 2020, 6:00 PM IST

স্পৰ্টছ ডেস্ক, ১৯ ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ এডেলেইড খেলপথাৰত অনুষ্ঠিত পিংক বলেৰে খেলা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ চাৰিদিনীয়ী শৃংখলাৰ প্ৰথমখন টেষ্ট মেছত ভাৰতে আঠ উইকেটত পৰাজয় হোৱাৰ পাচত বিৰাট কোহলীয়ে মন্তব্য আগবঢ়াই যে প্ৰথমখন টেষ্টৰ তৃতীয় দিনাৰ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ সন্মুখত জয়ৰ বাবে ৯০/১-০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ভাৰতে । কিন্তু ২১ অভাৰতে অষ্ট্ৰেলিয়াই ৮ উইকেট দখল কৰি ৩৬ ৰাণতে সীমাৱদ্ধ থাকিবলগীয়া হয় কোহলী বাহিনী ।

দ্বিতীয় দিনাখন তিনি উইকেটত ৮০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অষ্ট্ৰেলিয়াৰ কেপ্তেইন টিম পাইনে ৭৩ ৰাণ অতিক্ৰম কৰি ১১০-৭ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাজিত হয় । খেল শেষ হোৱাৰ পাচত কোহলীয়ে সংবাদ মাধ্যমৰ আগত কয় 'যদিহে আমাৰ ওচৰত অলপ ৰাণ বাকী থকা হ'লে ১০০ ৰাণতকৈও অধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে ভাৰতীয় দলৰ উন্নত বলিং প্ৰদৰ্শন কৰিলে বিপৰীত দলটোৱে ভয় খালেহেতেন । এইটো আচৰিতজনক কথা যে খেলখন আগবঢ়াই নিবলৈ আমাৰ ওচৰত পৰ্যাপ্ত কাৰণ নাছিল । এইটো সকলোৰে বাবে নিৰাশজনক আছিল । এজন ভাল বলাৰে বলিং প্ৰদৰ্শন কৰিব লাগিছিল । কিন্তু আমি প্ৰথম খেলখনত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছো ' ।

প্ৰথম টেষ্টৰ তৃতীয় দিনাখন ৯০ ৰাণৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াই মেথিউ ৱাদেৰ ৩৩ ৰাণ আৰু জ’ বাৰ্ণছৰ ৫১ ৰাণেৰে এটি সুন্দৰ ৰাণৰেট লাভ কৰে ৷ ৱাদেক ঋদ্ধিমান সাহাই ৰাণ আউট কৰিবলৈ সক্ষম হয় ৷ এই ৰাণ ভাৰতীয় দলটোৰ টেষ্ট ক্ৰিকেটৰ সৰ্বনিম্ন ৰাণ ৷ দ্বিতীয় ইনিংছত ৯০ ৰাণৰ লক্ষ্যৰে বেট ধৰি ভাৰতে ৩৬ ৰাণতে সীমাৱদ্ধ থাকিবলগীয়া হয় ৷ ইয়াৰ পূৰ্বে ১৯৭৪ ইংলেণ্ডৰ বিৰুদ্ধে অৰ্জন কৰা ৪২ ৰাণ আছিল দলটোৰ সৰ্বনিম্ন ৰাণ ৷

বিচিচিআইৰ পৰা পেটাৰনিটি লিভ লোৱাৰ পাচতহে স্বদেশলৈ উভতিব কোহলী । অহা ২৬ ডিচেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আৰম্ভণি হ'বলগীয়া মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত ’বক্সিং ডে’ টেষ্টত হৰ্ণ বজাব কোহলীয়ে ।

লগতে পঢ়ক: COVID পজিটিভ মেক্ৰনৰ সুস্বাস্থ্য কামনা ট্ৰাম্পৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.