ETV Bharat / sports

বিৰাট কোহলীক জৰিমনা : 25 শতাংশ মেচ ফী কৰ্তন

আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে 25 শতাংশ মেচ ফী কৰ্তন কৰা হয় ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ ৷

author img

By

Published : Jun 23, 2019, 5:11 PM IST

Updated : Jun 23, 2019, 6:55 PM IST

বিৰাট কোহলীক জৰিমনা

নিউজ ডেস্ক, 23 জুন : বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ 25 শতাংশ মেচ ফী কৰ্তন কৰা হয় ৷ আইচিচিৰ নিয়মাৱলী অনুসৰি কোহলীয়ে আইচিচিৰ আচৰণ বিধি 2.1 ভংগ কৰাৰ অপৰাধত এই শাস্তি বিহা হয় ৷

ETV BHARAT ASSAM
বিৰাট কোহলীক জৰিমনা

উল্লেখ্য যে, 30 বছৰীয়া ভাৰতীয় অধিনায়ক গৰাকীয়ে আফগানিস্তানৰ 29 সংখ্যক অ'ভাৰত আম্পায়াৰ আলিম ডাৰক এল বি ডব্লিউ আপীল কৰিছিল আৰু আম্পায়াৰে আউট ঘোষণা নকৰাত তৰ্কত লিপ্ত হয় ৷ ইয়াৰ পাছতে কোহলীয়ে নিজৰ ভুল স্বীকাৰ কৰাৰ বাবে কোনো আনুষ্ঠানিক শুনানি নহয় বুলি জানিব পৰা গৈছে ৷ আলিম ডাৰ, ৰিচাৰ্ড ইলিংটনৰ লগতে থাৰ্ড আম্পায়াৰ ৰিচাৰ্ড কেটেলব'ৰ' আৰু মাইকেল গগে এই জৰিমনা বিহে খেলুৱৈ গৰাকীক ৷

VIRAT KOHLI FINED FOR 25 PER CENT MATCH FEE

বিৰাট কোহলীক জৰিমনা : 25 শতাংশ মেচ ফী কৰ্তন

নিউজ ডেস্ক, 23 জুন : বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ 25 শতাংশ মেচ ফী কৰ্তন কৰা হয় ৷ আইচিচিৰ নিয়মাৱলী অনুসৰি কোহলীয়ে দফা 2.1 ভংগ কৰাৰ অপৰাধত এই শাস্তি বিহা হয় ৷

উল্লেখ্য যে, 30 বছৰীয়া ভাৰতীয় অধিনায়ক গৰাকীয়ে আফগানিস্তানৰ 29 সংখ্যক অ'ভাৰত আম্পায়াৰ আলিম ডাৰক এই বি ডব্লিউ আপীল কৰিছিল আৰু আম্পায়াৰে আউট ঘোষণা নকৰাত তৰ্কত লিপ্ত হয় ৷ ইয়াৰ পাছতে কোহলীয়ে নিজৰ ভুল স্বীকাৰ কৰাৰ বাবে কোনো আনুষ্ঠানিক শুনানি নহয় বুলি জানিব পৰা গৈছে ৷ আলিম ডাৰ, ৰিচাৰ্ড ইলিংটনৰ লগতে থাৰ্ড আম্পায়াৰ ৰিচাৰ্ড কেটেলব'ৰ' আৰু মাইকেল গগে এই জৰিমনা বিহে খেলুৱৈ গৰাকীক ৷ 
Last Updated : Jun 23, 2019, 6:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.