ETV Bharat / sports

প্ৰথমটো জয়ৰ লক্ষ্যৰে দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান

author img

By

Published : Jun 15, 2019, 9:36 AM IST

Updated : Jun 18, 2019, 10:57 AM IST

বিশ্বকাপ ক্ৰিকেট, ২০১৯ ত প্ৰথমটো জয়ৰ লক্ষ্যৰে নামিব দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান দল। পইন্ট তালিকাৰ নৱম আৰু দশম স্থানত থকা দল দুটাই শনিবাৰে কাৰ্ডিফত যুঁজত নামিব ।

বিশ্বকাপ ক্ৰিকেট, ২০১৯

নিউজ ডেস্ক,১৫ জুন : বিশ্বকাপ ক্ৰিকেট,২০১৯ৰ এখনো মেচত জয়ৰ মুখ দেখা নাই দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান দলে। শনিবাৰে কাৰ্ডিফত প্ৰথমটো জয় নিজৰ দখলত কৰাৰ লক্ষ্যৰে দুয়োটা দলে তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। শীৰ্ষ প্ৰতিযোগী সকলৰ ভিতৰত অন্যতম হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দক্ষিণ আফ্ৰিকা দলে ইংলেণ্ড,বাংলাদেশ আৰু ভাৰতৰ বিৰুদ্ধে ইতিপূৰ্বেই পৰাজয় স্বীকাৰ কৰিছে। তাৰোপৰি,ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাৰ পাছতে ১ পইন্ট সংগ্ৰহেৰে তালিকাৰ নৱম স্থানত ৰৈছে।

ETV BHARAT ASSAM
গুলবদিন নাইব

আনহাতে,দক্ষিণ আফ্ৰিকাৰ পাছতে দশম স্থানত অৰ্থাৎ পইন্ট তালিকাৰ অন্তিম স্থানত থকা গুলবদিন নাইব নেতৃত্বাধীন আফগানিস্তান দলে জয়ৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ETV BHARAT ASSAM
ফাফ ডু প্লেছি

SOUTH AFRICA VS AFGHANISTAN, HUNT FOR MAIDEN WIN

প্ৰথমটো জয়ৰ লক্ষ্যৰে দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান

নিউজ ডেস্ক, ১৫ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ এখনো মেচত জয়ৰ মুখ দেখা নাই দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান দলে । শনিবাৰে কাৰ্ডিফত প্ৰথমটো জয় নিজৰ দখলত কৰাৰ লক্ষ্যৰে দুয়োটা দলে তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । শীৰ্ষ প্ৰতিযোগী সকলৰ ভিতৰত অন্যতম হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দক্ষিণ আফ্ৰিকা দলে ইংলেণ্ড, বাংলাদেশ আৰু ভাৰতৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰে । তাৰোপৰি, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা পাছতে ১ পইন্টেৰে তালিকাৰ নৱম স্থানত ৰৈছে ।

আনহাতে, দক্ষিণ আফ্ৰিকাৰ পাছতে দশম স্থানত অৰ্থাৎ পইন্ট তালিকাৰ অন্তিম স্থানত থকা আফগানিস্তানে জয়ৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । 
Last Updated : Jun 18, 2019, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.