ETV Bharat / sports

ভাৰতৰ সন্মুখত 265 ৰাণৰ লক্ষ্য

ভাৰতৰ সন্মুখত 265 ৰাণৰ সীমা নিৰ্ধাৰণ কৰিছে শ্ৰীলংকাই ৷ শ্ৰীলংকাৰ হৈ এঞ্জেলো মেথিউজে সৰ্বাধিক 113 ৰাণৰ ইনিংছ খেলাৰ উপৰি লাহিৰু থিৰিমান্নেই অৰ্ধশতক অৰ্জন কৰে ৷

ভাৰত বনাম শ্ৰীলংকা
author img

By

Published : Jul 6, 2019, 6:51 PM IST

নিউজ ডেস্ক, 6 জুলাই : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ 40 সংখ্যক মেচত ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাই 265 ৰাণৰ সীমা নিৰ্ধাৰণ কৰিছে ৷ শ্ৰীলংকাই 7 টাকৈ উইকেট হেৰুৱাই 264 ৰাণ সংগ্ৰহ কৰে ৷ শ্ৰীলংকাৰ হৈ এঞ্জেলো মেথিউজে সৰ্বাধিক 113 ৰাণৰ ইনিংছ খেলাৰ উপৰি লাহিৰু থিৰিমান্নেই অৰ্ধশতক অৰ্জন কৰে ৷

ভাৰতৰ হৈ বুমৰাহে 3 টা উইকেট দখল কৰাৰ লগতে ভূৱনেশ্বৰ কুমাৰ, হাৰ্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা আৰু কুলদীপ যাদৱে 1 টাকৈ উইকেট দখল কৰে ৷

Intro:Body:

hhhhh

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.