ETV Bharat / sports

টুইটাৰ যুদ্ধত লিপ্ত ছানিয়া মিৰ্জা - বিনা মালিক

author img

By

Published : Jun 18, 2019, 7:03 PM IST

এইবাৰ টুইটাৰ যুদ্ধত লিপ্ত হ'ল ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী অভিনেত্ৰী বিনা মালিক ।

টুইটাৰ যুদ্ধত লিপ্ত ছানিয়া মিৰ্জা - বিনা মালিক

স্পৰ্টছ ডেস্ক, ১৮ জুন : বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ লজ্জাজনক আত্মসমৰ্পণৰ পাছতে টুইটাৰ যুদ্ধত লিপ্ত হৈছে ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী অভিনেত্ৰী বিনা মালিক । টুইটাৰৰ জৰিয়তে ছানিয়াৰ মাতৃত্বক বিনা মালিকে সমালোচনা কৰাৰ পাছতে এই যুদ্ধত লিপ্ত হয় দুয়োগৰাকী । উল্লেখ্য যে, এখন ৰেষ্টুৰেন্টত পাকিস্তানী ক্ৰিকেটাৰ তথা স্বামী ছোয়েব মালিকৰ সৈতে ছানিয়াৰ এক ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ক্ষোভিত হৈ পৰা বিনাই টুইটাৰৰ জৰিয়তে ছানিয়াক সমালোচনা কৰে । বিনাই ছানিয়াৰ মাতৃত্বক সমালোচনা কৰি মন্তব্য কৰে যে, নিজৰ সন্তানক 'ছিছা প্লেছ'ৰ দৰে এখন ৰেষ্টুৰেন্টলৈ লৈ যোৱাৰ লগতে এগৰাকী এথলীটে ক্ৰিকেটাৰ সকলৰ সৈতে তাত উপস্থিত হোৱাটো উচিত নে বুলি প্ৰশ্ন কৰে ।

ETV BHARAT ASSAM
ছানিয়া মিৰ্জা
বিনাৰ এই টুইটাৰৰ পাছতে প্ৰত্যুত্তৰ হিচাপে ছানিয়াই কয় যে, ছানিয়াই তেওঁৰ পুত্ৰক 'ছিছা প্লেছ'লৈ নিয়া নাছিল আৰু তেওঁৰ সন্তানৰ স্বাস্থ্যৰ কথা বাহিৰৰ লোকে চিন্তা কৰাৰ প্ৰয়োজন নাই । লগতে ছানিয়াই মন্তব্য কৰে যে, তেওঁ পাকিস্তান ক্ৰিকেট দলৰ ডায়েটিচিয়ান অথবা তেওঁলোকৰ মাতৃ বা শিক্ষক নহয় । অৱশেষত ছানিয়াক খং পৰিহাৰ কৰি এই আলোচনাৰ অন্ত পেলাবলৈ চেষ্টা কৰাও দেখা গ'ল । শেষত ছানিয়াই তেওঁৰ সন্তানৰ চিন্তা কৰা বাবে ধন্যবাদ জনাই বিতৰ্কৰ পৰা হাত হাৰিবলৈ চেষ্টা কৰা দেখা গ'ল ।

SANIA MIRZA AND VEENA MALIK'S SPAT ON TWITTER TURNS UGLY

টুইটাৰ যুদ্ধত লিপ্ত ছানিয়া মিৰ্জা - বিনা মালিক

স্পৰ্টছ ডেস্ক, ১৮ জুন : বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ লজ্জাজনক আত্মসমৰ্পনৰ পাছতে টুইটাৰ যুদ্ধত লিপ্ত হৈছে ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী অভিনেত্ৰী বিনা মালিক । টুইটাৰৰ জৰিয়তে ছানিয়াৰ মাতৃত্বক বিনা মালিকে সমালোচনা কৰাৰ পাছতে এই যুদ্ধত লিপ্ত হয় দুয়োগৰাকী । উল্লেখ্য যে, এখন ৰেষ্টুৰেন্টত পাকিস্তানী ক্ৰিকেটাৰ তথা স্বামী ছোয়েব মালিকৰ সৈতে ছানিয়াৰ এক ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ক্ষোভিত হৈ পৰা বিনাই টুইটাৰৰ জৰিয়তে ছানিয়াক সমালোচনা কৰে । বিনাই ছানিয়াৰ মাতৃত্বক সমালোচনা কৰি মন্তব্য কৰে যে, নিজৰ সন্তানক 'ছিছা প্লেছ'ৰ দৰে এখন ৰেষ্টুৰেন্টলৈ লৈ যোৱাৰ লগতে এগৰাকী এথলীটে ক্ৰিকেটাৰ সকলৰ সৈতে তাত উপস্থিত হোৱাটো উচিত নে বুলি প্ৰশ্ন কৰে ।

বিনাৰ এই টুইটাৰৰ পাছতে প্ৰত্যুত্তৰ হিচাপে ছানিয়াই কয় যে, ছানিয়াই তেওঁৰ পুত্ৰক 'ছিছা প্লেছ'লৈ নিয়া নাছিল আৰু তেওঁৰ সন্তানৰ স্বাস্থ্যৰ কথা বাহিৰৰ লোকে চিন্তা কৰাৰ প্ৰয়োজন নাই । লগতে ছানিয়াই মন্তব্য কৰে যে, তেওঁ পাকিস্তান ক্ৰিকেট দলৰ ডায়েটিচিয়ান অথবা তেওঁলোকৰ মাতৃ বা শিক্ষক নহয় । অৱশেষত ছানিয়াক খং পৰিহাৰ কৰি এই আলোচনাৰ অন্ত পেলাবলৈ চেষ্টা কৰাও দেখা গ'ল । শেষত ছানিয়াই তেওঁৰ সন্তানৰ চিন্তা কৰা বাবে ধন্যবাদ জনাই বিতৰ্কৰ পৰা হাত হাৰিবলৈ চেষ্টা কৰা দেখা গ'ল । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.