ETV Bharat / sports

ৰোহিত শৰ্মাৰ অৰ্ধশতক

পাকিস্তানৰ বিৰুদ্ধে মেচত অৰ্ধশতক অৰ্জন ৰোহিত শৰ্মাৰ ৷

author img

By

Published : Jun 16, 2019, 4:05 PM IST

ৰোহিত শৰ্মাৰ অৰ্ধশতক

স্পৰ্টছ ডেস্ক, 16 জুন : বিশ্বকাপৰ বহু প্ৰতিক্ষিত ভাৰত - পাকিস্তান মেচত প্ৰথমটো অৰ্ধশতক অৰ্জন ৰোহিত শৰ্মাৰ ৷ 35 টা বলত 6 টা চাৰি আৰু 2 টা ছয়ৰ জৰিয়তে অৰ্ধশতক অৰ্জন কৰে ৰোহিতে ৷

স্পৰ্টছ ডেস্ক, 16 জুন : বিশ্বকাপৰ বহু প্ৰতিক্ষিত ভাৰত - পাকিস্তান মেচত প্ৰথমটো অৰ্ধশতক অৰ্জন ৰোহিত শৰ্মাৰ ৷ 35 টা বলত 6 টা চাৰি আৰু 2 টা ছয়ৰ জৰিয়তে অৰ্ধশতক অৰ্জন কৰে ৰোহিতে ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.