স্পৰ্টছ ডেস্ক, 2 জুলাই : বিশ্বকাপৰ 40 সংখ্যক মেচত এছিয়াৰ দুই শক্তিশালী দল ভাৰত আৰু বাংলাদেশে সমুখ সমৰত নামিব ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত ভাৰতৰ ৷
ভাৰতীয় দলৰ চূড়ান্ত একাদশত দুটাকৈ সালসলনি কৰা হৈছে ৷ কেদাৰ যাদৱ আৰু কুলদীপ যাদৱৰ পৰিৱৰ্তে দলত স্থান লাভ কৰিছে ভূৱনেশ্বৰ কুমাৰ আৰু দিনেশ কাৰ্তিকে ৷