ETV Bharat / sports

অপ্ৰতিৰোধ্য "ব্লু আৰ্মি " - ETV BHARAT

ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ হাই ভল্টেজ খেলখনত ডাকৱৰ্থ-লুৱিছ পদ্ধতি অনুসৰি 89 ৰানত জয় ভাৰতৰ ৷ বিশ্বকাপৰ ইতিহাসত ভাৰতৰ সন্মুখত সপ্তমবাৰৰ বাবে ধৰাশায়ী পাকিস্তান ৷

ETV BHARAT
author img

By

Published : Jun 16, 2019, 8:35 PM IST

Updated : Jun 17, 2019, 1:49 AM IST

  • মেনচেষ্টাৰত জয় লাভ ভাৰতৰ
  • ডাকৱৰ্থ-লুৱিছ পদ্ধতি অনুসৰি 89 ৰানত জয় লাভ ভাৰতৰ
  • দ্বিতীয় ইনিংছৰ মাজত বৰষুণৰ বাবে 40 অভাৰলৈ হ্ৰাস কৰা হৈছিল খেলখন
  • পাকিস্তানে 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰে কেৱল 212 ৰান
  • 40 অভাৰত 302 ৰানৰ লক্ষ্য লাভ কৰিছিল পাকিস্তানে
  • বৰষুণৰ পূৰ্বে 35 অভাৰত 6 উইকেট হেৰুৱাই 166 ৰান সংগ্ৰহ কৰিছিল পাকিস্তানে
  • প্ৰথমে বেটিং কৰি ভাৰতে 337 ৰানৰ লক্ষ্য বান্ধি দিছিল পাকিস্তানক
  • ভাৰতে 50 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 336 ৰান
  • মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খেলখন
  • ভাৰতৰ হৈ সৰ্বাধিক 140 ৰান সংগ্ৰহ কৰে 'হিটমেন' খ্যাত ভাৰতীয় অ'পেনাৰ ৰোহিত শৰ্মাই
  • মেন অফ দ্য় মেচৰ খিতাপ লাভ কৰে ৰোহিত শৰ্মাই

CRICKET UPDATE 
Last Updated : Jun 17, 2019, 1:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.