ETV Bharat / sports

দ্বিতীয় ৱাৰ্ম আপত ভাৰতৰ বিৰুদ্ধে বাংলাদেশ ! - বিশ্বকাপ ক্ৰিকেট, ২০১৯

মঙলবাৰে দ্বিতীয় খন ৱাৰ্ম আপ মেচত অংশগ্ৰহণ কৰিছে ভাৰতীয় দলে । ভাৰতে বৰ্তমানলৈকে ২৩ অ'ভাৰত ৪ টা উইকেট হেৰুৱাই ১১১ ৰাণ সংগ্ৰহ কৰিছে ৷

দ্বিতীয় ৱাৰ্ম আপত ভাৰতৰ বিৰুদ্ধে বাংলাদেশ
author img

By

Published : May 28, 2019, 5:49 PM IST

স্পৰ্টছ ডেস্ক, 28 মে': বাংলাদেশৰ বিৰুদ্ধে মঙলবাৰে কাৰ্ডিফ ৱেলছ গ্ৰাউণ্ডত দ্বিতীয় খন ৱাৰ্ম আপত অংশগ্ৰহণ কৰিছে ভাৰতীয় দলে । প্ৰথমখন ৱাৰ্ম আপ মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছত এইখন মেচত জয়ৰ লক্ষ্যৰে নামিছে ভাৰতীয় দল । টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে এছিয়া মহাদেশৰ অন্যতম শক্তিশালী দল বাংলাদেশে । ইয়াৰ পাছতে সুন্দৰ বলিঙেৰে মুস্তাফিজুৰ ৰহমানে ভাৰতীয় অ'পেনাৰ শিখৰ ধাৱানৰ উইকট সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

ETV BHARAT ASSAM
দ্বিতীয় ৱাৰ্ম আপত ভাৰতৰ বিৰুদ্ধে বাংলাদেশ

বৰ্তমানলৈকে ভাৰতীয় দলে ২৩ অ'ভাৰত ৪ টা উইকেট হেৰুৱাই ১১১ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে সৰ্বাধিক ৪৭ ৰাণ কৰাৰ উপৰি কে. এল. ৰাহুলে অপৰাজিত ভাৱে ৩৩ ৰানত বেটিং কৰি আছে ।

আৰু পঢ়ক : ক্ৰিকেটপ্ৰেমীলৈ সুখবৰঃ বিশ্বকাপত অংশ ল’ব বিজয় শংকৰে

IND VS BANGLADESH WARM UP MATCH

বৰ্তমানলৈকে ভাৰতীয় দলে ১০ অ'ভাৰত ১ টা উইকেট হেৰুৱাই ৩৪ ৰাণ সংগ্ৰহ কৰিছে । ৰোহিত শৰ্মাই ৩০ টা বলত ১৫ ৰাণ কৰাৰ উপৰি ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে ১৬ ৰাণত বেটিং কৰি আছে । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.