ETV Bharat / sports

ছেমি ফাইনেলত ভাৰত বনাম নিউজিলেণ্ড : দেশজুৰি অনুৰাগীৰ প্ৰাৰ্থনা

ভাৰত বনাম নিউজিলেণ্ড মেচৰ পূৰ্বে যজ্ঞ আৰু প্ৰাৰ্থনা আগবঢ়াইছে ক্ৰিকেট অনুৰাগীয়ে ৷ দলটোৰ জয় নিশ্চিত বুলিও দাবী কৰে ক্ৰিকেটপ্ৰেমীয়ে ৷

দেশজুৰি অনুৰাগীৰ প্ৰাৰ্থনা
author img

By

Published : Jul 9, 2019, 2:41 PM IST

স্পৰ্টছ ডেস্ক, 9 জুলাই : ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডৰ মুখামুখি হ'বলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী থকাৰ সময়তে দেশৰ ক্ৰিকেটপ্ৰেমী ৰাইজে আৰম্ভ কৰিছে প্ৰাৰ্থনা আৰু যজ্ঞ ৷

ETV BHARAT ASSAM
ছেমি ফাইনেলত ভাৰত বনাম নিউজিলেণ্ড

দেশবাসীয়ে দলটোক সমৰ্থন জনোৱাৰ উদ্দেশ্যে প্ৰাৰ্থনাৰ আয়োজন কৰাৰ উপৰি ৰাষ্ট্ৰীয় সংগীতো উচ্চাৰণ কৰে ৷ বাৰাণসীত অনুৰাগীয়ে 'হৱন'ৰ আয়োজন কৰাৰ লগতে ৰাম জাংকী মন্দিৰত ভাৰতীয় দলৰ জয়ৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় ৷

আহমেদাবাদতো যুৱ ক্ৰিকেটাৰ সকলে টীম ইণ্ডিয়াৰ জয়ৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় ৷

কানপুৰতো এটা ক্ৰিকেটপ্ৰেমী পৰিয়ালে ভাৰতীয় দলৰ বাবে জয়ধ্বনি দিয়াৰ লগতে দলটোৱে বিশ্বকাপ ট্ৰফী হাতত তুলি ল'ব বুলি আশা প্ৰকাশ কৰে ৷

ভূৱনেশ্বৰৰ বহু সংখ্যক যুৱ খেলুৱৈয়ে ভাৰতেই জয় লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ লগতে তেওঁলোকে দাবী কৰে যে, ভাৰতীয় দলে প্ৰথমে বেটিং কৰি বিশাল স্ক'ৰ গঢ়িলে নিউজিলেণ্ড দলে পৰাস্ত কৰাটো কঠিন হ'ব ৷

FANS ACROSS COUNTRY PAY FOR INDIA'S WIN IN SEMIS

ছেমি ফাইনেলত ভাৰত বনাম নিউজিলেণ্ড : দেশজুৰি অনুৰাগীৰ প্ৰাৰ্থনা 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.