ETV Bharat / sports

সাজু ক্ৰিছ গেইলঃ এক বিশেষ সাজত উপভোগ কৰিব ভাৰত-পাক মেচ

ভাৰত আৰু পাকিস্তানৰ জাতীয় পতাকা খচিত এক বিশেষ ছ্যুটত মেচ উপভোগ কৰিবলৈ সাজু হৈছে ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন ক্ৰিছ গেইল ৷ ইনষ্টাগ্ৰামৰ জৰিয়তে এই ফ'টো শ্বেয়াৰ কৰে গেইলে ৷

এক বিশেষ সাজত ক্ৰিছ গেইল
author img

By

Published : Jun 16, 2019, 3:21 PM IST

নিউজ ডেস্ক, 16 জুন : ভাৰত - পাকিস্তানৰ ক্ৰিকেট মেচ উপভোগ কৰিবলৈ এক ব্যতিক্ৰমী ৰূপত সাজু হৈছে ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন ক্ৰিছ গেইল ৷ ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰা ফ'টো খনত তেওঁক এযোৰ বগা ছ্যুটত দেখা গৈছে আৰু ছ্যুটযোৰৰ দুই হাতত ভাৰত আৰু পাকিস্তানৰ জাতীয় পতাকা খচিত কৰা হৈছে ৷ গেইলে লগতে জানিবলৈ দিয়ে যে, তেওঁৰ জন্মদিন অৰ্থাৎ ছেপ্তেম্বৰৰ 20 তাৰিখেও একেযোৰ কাপোৰেই তেওঁ পৰিধান কৰিব ৷

ETV BHARAT ASSAM
এক বিশেষ সাজত ক্ৰিছ গেইল
উল্লেখ্য যে, মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ডত 16 জুন তাৰিখে আৰম্ভ হ'ব বিশ্বকাপ ক্ৰিকেটৰ আটাইতকৈ চৰ্চিত ভাৰত - পাকিস্তান মেচ ৷

CHRIS GAYLE'S NEW DRESS FOR IND - PAK CLASH

সাজু ক্ৰিছ গেইল : এক বিশেষ সাজত উপভোগ কৰিব ভাৰত - পাক মেচ

নিউজ ডেস্ক, 16 জুন : ভাৰত - পাকিস্তানৰ ক্ৰিকেট মেচ উপভোগ কৰিবলৈ এক ব্যতিক্ৰমী ৰূপত সাজু হৈছে ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন ক্ৰিছ গেইল ৷ ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰা ফ'টো খনত তেওঁক এযোৰ বগা ছ্যুটত দেখা গৈছে আৰু ছ্যুটযোৰৰ দুই হাতত ভাৰত আৰু পাকিস্তানৰ জাতীয় পতাকা খচিত কৰা হৈছে ৷ গেইলে লগতে জানিবলৈ দিয়ে যে, তেওঁৰ জন্মদিন অৰ্থাৎ ছেপ্তেম্বৰৰ 20 তাৰিখেও একেযোৰ কাপোৰেই তেওঁ পৰিধান কৰিব ৷

উল্লেখ্য যে, মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ডত 16 জুন তাৰিখে আৰম্ভ হ'ব বিশ্বকাপ ক্ৰিকেটৰ আটাইতকৈ চৰ্চিত ভাৰত - পাকিস্তান মেচ ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.