স্পৰ্টছ ডেস্ক, 12 জুনঃ আজি ইংলেণ্ডৰ টাউটনত অনুষ্ঠিত হ’ব 2019 বিশ্বকাপৰ 17 সংখ্যক মেচ ৷ য’ত মুখামুখি হ’ব পাকিস্তান আৰু ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া ৷ টুৰ্ণামেণ্টখনত অষ্ট্ৰেলিয়াই নিজৰ তিনিখন মেচৰ দুখনত জয় আৰু এখনত পৰাজয় লাভ কৰাৰ বিপৰীতে পাকিস্তান দলটোৱে এখনত জয় আৰু এখনত পৰাজয় আৰু এখন মেচ বৰষুণৰ বাবে অমীমাংসিত হৈ ৰয় ৷ দুয়োটা দল বৰ্তমানলৈকে বিশ্বকাপত 9 বাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত অষ্ট্ৰেলিয়াই 5 বাৰ আৰু পাকিস্তানে 4 বাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷
আজি অষ্ট্ৰেলিয়াৰ সন্মুখত পাকিস্তান - WORLD CUP
বিশ্বকাপৰ 17 সংখ্যক মেচত আজি ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব পাকিস্তান ৷ টাউটনত ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাত আৰম্ভ হ’ব এই হাই ভল্টেজ মেচখন ৷
স্পৰ্টছ ডেস্ক, 12 জুনঃ আজি ইংলেণ্ডৰ টাউটনত অনুষ্ঠিত হ’ব 2019 বিশ্বকাপৰ 17 সংখ্যক মেচ ৷ য’ত মুখামুখি হ’ব পাকিস্তান আৰু ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া ৷ টুৰ্ণামেণ্টখনত অষ্ট্ৰেলিয়াই নিজৰ তিনিখন মেচৰ দুখনত জয় আৰু এখনত পৰাজয় লাভ কৰাৰ বিপৰীতে পাকিস্তান দলটোৱে এখনত জয় আৰু এখনত পৰাজয় আৰু এখন মেচ বৰষুণৰ বাবে অমীমাংসিত হৈ ৰয় ৷ দুয়োটা দল বৰ্তমানলৈকে বিশ্বকাপত 9 বাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত অষ্ট্ৰেলিয়াই 5 বাৰ আৰু পাকিস্তানে 4 বাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷
বিশ্বকাপৰ 17 সংখ্যক মেচ আজি ডেফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব পাকিস্তান ৷ টাউটনত ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাত আৰম্ভ হ’ব এই হাই ভল্টেজ মেচখন ৷
আজি ইংলেণ্ডৰ টাউটনত অনুষ্ঠিত হ’ব 2019 বিশ্বকাপৰ 17 সংখ্যক মেচ ৷ য’ত মুখামুখি হ’ব পাকিস্তান আৰু ডেফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া ৷ টুৰ্ণামেণ্টখনত অষ্ট্ৰেলিয়াই নিজৰ তিনিখন মেচৰ দুখনত জয় আৰু এখনত পৰাজয় লাভ কৰাৰ বিপৰীতে পাকিস্তান দলটোৱে এখনত জয় আৰু এখনত পৰাজয়ৰ সন্মুখীন হোৱাৰ লগতে এখন মেচ বৰষুণৰ বাবে অমীমাংসিত হৈ ৰয়৷
দুয়োটা দলৰ মাজত বৰ্তমানলৈকে বিশ্বকাপত 9 বাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত অষ্ট্ৰেলিয়াই 5 বাৰ আৰু পাকিস্তানে 4 বাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷