ETV Bharat / sports

ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট শৃংখলাৰ পৰা বিৰতিত থাকিব ভাৰতীয় দলৰ অ'পেনাৰ ৰোহিত শৰ্মা

author img

By

Published : Nov 13, 2020, 12:35 PM IST

ফিটনেছত নিশ্চয়তা নথকাৰ বাবেই অষ্ট্ৰেলিয়াৰ ভ্ৰমণৰ পৰা বিৰতি দিয়া হৈছে ৰোহিত শৰ্মাক ৷ আইপিএল খেলি থকাৰ সময়তে হামষ্ট্ৰিঙৰ সমস্যাত ভুগিছিল ৰোহিত শৰ্মা ৷

'Zero clarity' on Rohit Sharma's fitness: Sanjay Manjrekar
ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট শৃংখলাৰ পৰা বিৰতিত থাকিব ভাৰতীয় দলৰ অ'পেনাৰ ৰোহিত শৰ্মা

নিউজ ডেস্ক, 13 নৱেম্বৰঃ ডিচেম্বৰৰ 17 তাৰিখৰ পৰা হ'ব লগা ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট শৃংখলাত খেলাৰ পৰা বিৰত থাকিব ভাৰতীয় ক্ৰিকেট দলৰ অ'পেনাৰ ৰোহিত শৰ্মা ৷ ফিটনেছত নিশ্চয়তা নথকাৰ বাবেই অষ্ট্ৰেলিয়াৰ ভ্ৰমণৰ পৰা বিৰতি দিয়া হৈছে ৰোহিত শৰ্মাক ৷

  • Have to admire the commitment & discipline shown by @ipl and @BCCI crew for the smooth and safe conduct of the #IPL2020. Also a big hand to all 8 franchise for creating a safe bio secure bubble for teams and family 👏 👏

    — Rohit Sharma (@ImRo45) November 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰথম অৱস্থাত অ'পেনাৰ জনক ভাৰতীয় ক্ৰিকেট দলত অন্তভুক্ত কৰা হৈছিল যদিও পিচত শাৰীৰিক অসুবিধা কথা স্পষ্ট কৰে ৰোহিত শৰ্মাই ৷ এনে ক্ষেত্ৰত দলৰ পৰা বিৰতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে BCCI য়ে ৷

উল্লেখ্য যে, আইপিএল খেলি থকাৰ সময়তে হামষ্ট্ৰিঙৰ সমস্যাত ভুগিছিল ৰোহিত শৰ্মা ৷ যাৰ বাবে কেইবাখনো খেলৰ পৰা বিৰতিত আছিল ৰোহিত শৰ্মা ৷ 17 ডিচেম্বৰৰ পৰা 19 জানুৱাৰী লৈকে অনুস্থিত হ'ব ভাৰত-অষ্ট্ৰেলিয়া ODI আৰু T 20 প্ৰতিযোগিতা ৷

লগতে পঢ়কঃদেৰগাঁৱত গোলাঘাট যোগান বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.