ETV Bharat / sports

বিবাহপাশত আৱদ্ধ ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল - কৰ্মা লেক ৰিজৰ্টত বিবাহপাশত আৱদ্ধ হয় চাহাল

গুৰুগ্ৰামত বিবাহপাশত আৱদ্ধ হ'ল ভাৰতীয় ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল ৷ ধনশ্ৰী বৰ্মাৰ সৈতে হিন্দু ৰীতি-নীতিৰে কৰ্মা লেক ৰিজৰ্টত বিবাহপাশত আৱদ্ধ হয় চাহাল ৷

Yuzvendra Chahal ties knot with choreographer Dhanashree Verma
বিবাহপাশত আৱদ্ধ ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল
author img

By

Published : Dec 22, 2020, 9:20 PM IST

স্পৰ্টছ ডেস্ক, 22 ডিচেম্বৰ : মঙলবাৰে গুৰুগ্ৰামত বিবাহপাশত আৱদ্ধ হ'ল ভাৰতীয় ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল ৷ ধনশ্ৰী বৰ্মাৰ সৈতে হিন্দু ৰীতি-নীতিৰে কৰ্মা লেক ৰিজৰ্টত বিবাহপাশত আৱদ্ধ হয় চাহাল ৷

Yuzvendra Chahal ties knot with choreographer Dhanashree Verma
য়ুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মা

বিবাহৰ ফ'টো শ্বেয়াৰ কৰি টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ভাৰতৰ শীৰ্ষ স্পীনাৰগৰাকীয়ে ৷ উল্লেখ্য যে, আইপিএল 2020 ৰ পূৰ্বে আগষ্ট মাহত ধনশ্ৰী বৰ্মাক আঙুঠি পিন্ধাইছিল চাহালে ৷

লগতে পঢ়ক : 2017 বৰ্ষৰ আজিৰ দিনটো : টি-20 ত দ্ৰুততম শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.