ETV Bharat / sports

মহিলা ত্ৰিদেশীয় টি-20 শৃংখলা : 7 উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত ভাৰতৰ - ভাৰতীয় মহিলা দলৰ হাতত পৰাস্ত অষ্ট্ৰেলিয়া

ত্ৰিদেশীয় টি-20 শৃংখলাত ভাৰতীয় মহিলা দলৰ হাতত পৰাস্ত অষ্ট্ৰেলিয়া ৷ 7 উইকেটত অষ্ট্ৰেলিয়া দলক পৰাস্ত কৰে ভাৰতে ৷

ত্ৰিদেশীয় টি-20 শৃংখলা
স্মৃতি মন্ধানা
author img

By

Published : Feb 8, 2020, 2:20 PM IST

স্পৰ্টছ ডেস্ক, 8 ফেব্ৰুৱাৰী : স্মৃতি মন্ধানাৰ অৰ্ধশতকৰ জৰিয়তে ত্ৰিদেশীয় টি-20 শৃংখলাৰ পঞ্চম মেচত অষ্ট্ৰেলিয়াক 7 উইকেটত পৰাস্ত কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে ৷ অষ্ট্ৰেলিয়াৰ জাংছন অ'ভেলত অনুষ্ঠিত মেচত প্ৰথমে বেটিং কৰি 5 টা উইকেট হেৰুৱাই 173 ৰাণ সংগ্ৰহ কৰে অষ্ট্ৰেলিয়া দলে৷ অষ্ট্ৰেলিয়াৰ হৈ এছলেই গাৰ্ডনাৰে 57 বলত 93 ৰাণ আৰু মেগ লেনিংছে 22 বলত 37 ৰাণ সংগ্ৰহ কৰে ৷

ইয়াৰ পাচতে ভাৰতে বেটিং কৰি 19.4 অ'ভাৰত তিনিটা উইকেট হেৰুৱাই জয়ৰ বাবে প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ 16 বৰ্ষীয় শেফালী বৰ্মাই 28 বলত 49 ৰাণ সংগ্ৰহ কৰি ভাৰতক সুন্দৰ আৰম্ভণি দিয়ে ৷ তেওঁ নিজৰ ইনিংছত 8 চাৰি আৰু এটা ছয় কোবায় ৷

7 উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত ভাৰতৰ
শেফালী বৰ্মা

স্মৃতি মন্ধানাই বেটিং কৰিবলৈ আহি 48 বলত 55 ৰাণৰ ইনিংছ গঢ়ে ৷ ইনিংছৰ শেষৰ ফালে অধিনায়ক হৰমনপ্ৰীতে 20 আৰু দিপ্তী শৰ্মাই 11 ৰাণ সংগ্ৰহ কৰি দলক জয় উপহাৰ দিয়ে ৷

ভাৰতৰ হৈ বলিঙত দিপ্তী শৰ্মাই 27 ৰাণ দি 2 টা উইকেট দখল কৰাৰ লগতে ৰাজেশ্বৰী গায়াকৱাড, ৰাধা যাদৱ আৰু হাৰ্লিন দেউলে 1 টাকৈ উইকেট দখল কৰে ৷

আনহাতে, অষ্ট্ৰেলিয়াৰ হৈ এলিছ পেৰী, মেগান স্কট আৰু নিকোলা কেৰীয়ে এটাকৈ উইকেট দখল কৰে ৷

এই জয়েৰে ভাৰতীয় দলে ইংলেণ্ডৰ পাচতে পইন্ট তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে ৷

7 উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত ভাৰতৰ
ত্ৰিদেশীয় টি-20 শৃংখলা পইন্ট তালিকা

উল্লেখ্য যে, দেওবাৰে অষ্ট্ৰেলিয়াই লীগৰ অন্তিমখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷

আৰু পঢ়ক : দ্বিতীয় এদিনীয়াঃ টছত জয় লাভ ভাৰতৰ, প্ৰথমে বলিঙৰ সিদ্ধান্ত

ZCZC
PRI CRI GEN INT SPO
.MELBOURNE SPF13
SPO-CRI-IND-WOM-RES
Women's Triangular T20 series: India beat Australia by seven wickets in 5th match
         Melbourne, Feb 8 (PTI) Smriti Mandhana slammed a superb half-century as India produced an improved batting show to notch up a seven-wicket win over Australia in the fifth T20, keeping themselves in the hunt for the finals at the women's triangular series here on Saturday.
          Put in to bat, Australia posted 173 for 5, riding on a 57-ball 93 by Ashleigh Gardner and Meg Lanning's 22-ball 37 after India skipper Harmanpreet Kaur won the toss and elected to field at Junction Oval.
          India then returned to overhaul the target, scoring 177 for three in 19.4 overs.
          Sixteen-year-old Shafali Verma finally came good, blasting a 28-ball 49 to give India a flying start. Her innings contained eight fours and a six.
          Smriti Mandhana (55) also smashed seven boundaries in her 48-ball innings to anchor the tricky chase.
          Jemimah Rodrigues also came out all cylinders blazing, making a quickfire 19-ball 30 with five fours.
          In the end, skipper Harmanpreet (20 off 20 balls) and Deepti Sharma (11 off 4 balls) took the team home.
          Earlier, Gardner sent the ball across the fence 11 times and blasted three sixes in her 57-ball innings to emerge as the top-scorer for Australia.
          For India, Deepti Sharma (2/27) was the most outstanding bowler, snapping two wickets, while Rajeshwari Gayakwad (1/34), Radha Yadav (1/34) and Harleen Deol (1/21) took one wicket each.
          Ellyse Perry (1/33), Megan Schutt (1/26) and Nicola Carey (1/27) accounted for one wicket each for Australia.
          With this win, India moved to the second position in the points table, behind England.
          India had lost to Australia and England by an identical four-wicket margin in their last two matches in the series.
          Australia will take on England in the final league match of the series on Sunday.
          Brief Score:
          Australia women: 173 for five in 20 overs (Ashleigh Gardner 93; Deepti Sharma 2/27).
          India women: 177 for three in 19.4 overs (Smriti Mandhana 55, Shafali Verma 49; Megan Schutt 1/26). PTI
ATK
ATK
02080954
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.