ETV Bharat / sports

ধোনী সম্পৰ্কত ষ্টিভ ৱঘৰ মন্তব্য

author img

By

Published : Jul 13, 2019, 1:25 PM IST

এম. এছ. ধোনী সম্পৰ্কত মন্তব্য আগবঢ়াইছে প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ষ্টিভ ৱঘে ৷ ধোনীক সমালোচনা কৰাটো খুৱেই অনুচিত বুলি মন্তব্য কৰে তেওঁ ৷

ষ্টিভ ৱঘ

স্পৰ্টছ ডেস্ক, 13 জুলাই : শুকুৰবাৰে প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ষ্টিভ ৱঘে ভাৰতৰ উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনী সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ ধীৰ গতিৰ বেটিঙৰ বাবে বহু সময়ত সমালোচনাৰ সন্মুখীন হোৱা ধোনীৰ সমৰ্থনত থিয় দিছে ষ্টিভ ৱঘ ৷ বিশ্বকাপৰ পাছতে ধোনীয়ে অৱসৰ ল'ব বুলিও চৰ্চা চলি থকাৰ সময়তে ধোনীৰ অবিহনে কোনো খেলত টীম ইণ্ডিয়াই জয়ী হোৱাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰে ৱঘে ৷ ৱঘে লগতে কয় যে, ভাৰতক গুৰুত্বপূৰ্ণ খেলত জয় উপহাৰ দিয়া খেলুৱৈ গৰাকীক সমালোচনা কৰাটো খুবেই অনুচিত ৷

ETV BHARAT ASSAM
এম. এছ. ধোনী

উল্লেখ্য যে, বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত 18 ৰাণত পৰাস্ত হৈছিল ভাৰত ৷ নিউজিলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া 240 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ লগতে আটাইকেইটা উইকেট হেৰুৱাই কেৱল 221 ৰাণহে কৰিবলৈ সক্ষম হয় ৷

WITHOUT DHONI, THERE WON'T BE A CHANCE TO WIN A GAME : STEVE SMITH

SOURCE - ANI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.