ETV Bharat / sports

COVID-19 : দৰিদ্ৰলৈ সহায়ৰ হাত মহম্মদ শ্বামীৰ - খাদ্য়, মাস্ক যোগান শ্বামীৰ

COVID-১৯ মহামাৰীৰ মাজতেই ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ শ্বামীৰ সহায়ৰ হাত। উত্তৰ প্ৰদেশৰ নিজ বাসগৃহৰ কাষত দৰিদ্ৰ লোকৰ মাজত খাদ্য় সামগ্ৰী,মাস্ক বিতৰণ খেলুৱৈগৰাকীৰ ।

WATCH: Shami helps poor by distributing masks

author img

By

Published : Jun 2, 2020, 3:54 PM IST

স্পৰ্টছ ডেস্ক, 2 জুনঃ দেশত বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ । লক ডাউনৰ ফলতেই যথেষ্ট সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছিল বিভিন্ন ৰাজ্যৰ পৰা অহা বহু প্ৰব্ৰজিত শ্ৰমিকসকল । শেহতীয়াকৈ এনে দৰিদ্ৰ প্ৰব্ৰজিত লোকলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ মহম্মদ শ্বামীয়ে ।

দৰিদ্ৰলৈ সহায়ৰ হাত মহম্মদ শ্বামীৰ

উত্তৰ প্ৰদেশৰ নিজ বাসগৃহৰ নিচেই কাষত সাহসপুৰত খাদ্য় যোগান কেন্দ্ৰ স্থাপন খেলুৱৈগৰাকীৰ । বহু দৰিদ্ৰ লোকক খাদ্য বিতৰণ কৰাৰ লগতে বিভিন্নজনৰ মাজত মাস্কও বিতৰণ কৰিছে খেলুৱৈগৰাকীয়ে। আনহাতে 24 নং ৰাষ্ট্ৰীয় ঘাইপথৰে যোৱা যাত্ৰী সকলকো খাদ্য়ৰ টোপোলা যোগান ধৰিছে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ।

  • As #IndiaFightsCorona, @MdShami11 comes forward to help people trying to reach home by distributing food packets & masks on National Highway No. 24 in Uttar Pradesh. He has also set up food distribution centres near his house in Sahaspur.

    We are in this together🙌🏾 pic.twitter.com/gpti1pqtHH

    — BCCI (@BCCI) June 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মঙলবাৰে 42 ছেকেণ্ডৰ এটা ভিডিঅ'সহ এক টুইট প্ৰদান কৰি এই কথা সদৰি কৰিছে বিচিচিআইয়ে ।উল্লেখ্য় যে, কৰ'ণা ভাইৰাছৰ জটিল সময়ত শ্বামীৰ লগতে অন্যান্য় বহু ভাৰতীয় ক্ৰিকেটাৰেও সহায়ৰ হাত আগবঢ়াইছে । শুকুৰবাৰে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগেও প্ৰৱ্ৰজিত শ্ৰমিকলৈ খাদ্যৰ যোগান ধৰে ।

লগতে পঢ়কঃ নিৰ্বিকাৰ বন বিভাগঃ শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.