ETV Bharat / sports

চিনেমা চালে বিৰাট-অনুষ্কাই ! ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ বিৰাটৰ

author img

By

Published : Nov 28, 2019, 2:25 PM IST

কলকাতাৰ ইডেন গাৰ্ডেনৰ ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচৰ পাচত একেলগে সময় অতিবাহিত কৰিলে বিৰাট-অনুষ্কাই ৷ ছ’চিয়েল মিডিয়াত বিৰাটে শ্বেয়াৰ কৰিলে ফটো ৷

চিনেমা চালে বিৰাট-অনুষ্কাই
চিনেমা চালে বিৰাট-অনুষ্কাই

স্পৰ্টছ ডেস্ক, 28 নৱেম্বৰ: ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পূৰ্বে বিৰাট-অনুষ্কাই অতিবাহিত কৰিলে কিছু মধুৰ ক্ষণ ৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচৰ পাচতে একেলগে ছবি উপভোগ কৰিলে ক্ৰিকেট-বলিউডৰ দুই তাৰকাই ৷

ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ বিৰাটৰ
ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ বিৰাটৰ

বিৰাট কোহলিয়ে স্বয়ং নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ফটো ৷ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ পূৰ্বেও ভূটান ভ্ৰমণলৈ গৈছিল দুয়োগৰাকী ৷

ভূটানত বিৰাট-অনুষ্কা
ভূটানত বিৰাট-অনুষ্কা

লগতে চাওক-মৰিগাঁৱত ভয়ংকৰ জালিয়াতি, 40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা !

স্পৰ্টছ ডেস্ক, 28 নৱেম্বৰ: ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পূৰ্বে বিৰাট-অনুষ্কাই অতিবাহিত কৰিলে কিছু মধুৰ ক্ষণ ৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচৰ পাচতে একেলগে ছবি উপভোগ কৰিলে ক্ৰিকেট-বলিউডৰ দুই তাৰকাই ৷

ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ বিৰাটৰ
ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ বিৰাটৰ

বিৰাট কোহলিয়ে স্বয়ং নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ফটো ৷ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ পূৰ্বেও ভূটান ভ্ৰমণলৈ গৈছিল দুয়োগৰাকী ৷

ভূটানত বিৰাট-অনুষ্কা
ভূটানত বিৰাট-অনুষ্কা

লগতে চাওক-মৰিগাঁৱত ভয়ংকৰ জালিয়াতি, 40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা !

Intro:Body:

ধাৰাবাহিক শিকনেই প্ৰকৃত শিক্ষা



বৰ্তমানলৈকে পৃথিৱীখন তিনিটা ঔদ্যোগিক বিপ্লৱৰ সাক্ষী হৈ ৰৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ উদ্দেশ্যে চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিৰ কুচকাৱাজ চলিছে সমগ্ৰ পৃথিৱীতে ২৬ লাখ ৰবটে উদ্যোগত কাম কৰি আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৫ শতাংশ চাকৰি স্বয়ংক্ৰিয় ব্যৱস্থাৰ দ্বাৰা সম্পাদন বলৈ গৈ আছে প্ৰতি মিনিটে মিনিটে সলনি হোৱা প্ৰযুক্তিগত বিকাশৰ সময়ত আমাৰ শিক্ষা ব্যৱস্থাৰো সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে



১৭৮০ চনত জেমছ্ ৱাটে ভাপ ইঞ্জিন আৱিষ্কাৰ কৰাৰ পাছত পৃথিৱীত তিনিটা ঔদ্যোগিক বিপ্লৱ সংঘটিত হয় চতুৰ্থটো বিপ্লৱ এতিয়া হৈছে উচ্চ প্ৰযুক্তিসমূহে দ্ৰুত গতিৰে আমাৰ জীৱন আৰু জীৱিকাৰ পৰিৱৰ্তন ঘটাইছে এই প্ৰযুক্তিসমূহে মানুহৰ লগত মানুহৰ সম্পৰ্কৰ উপৰি মানুহৰ লগত যন্ত্ৰৰো সম্পৰ্ক স্থাপন কৰিছে পৃথিৱীজুৰি ২৬ লাখ ৰবট নিয়োজিত হোৱা কথাটোৰ পৰাই আমি চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ প্ৰকৃতি আৰু বৈশিষ্ট্যৰ বিষয়ে অনুমান কৰিব পাৰোঁ শেহতীয়া বিকাশ যেনে কৃত্ৰিম বুদ্ধিমত্তা, বিগ ডাটা, ইণ্টাৰনেট অৱ্ থিংছ্, ৩ডি প্ৰিণ্টিং, ব্লক চেইন, গমেণ্টেড ৰিয়েলিটী, ভাৰ্চুৱেল ৰিয়েলিটী, মেচিন লাৰ্নিং আদিয়ে পৃথিৱীখনকে সলাই পেলাইছে বেংকসমূহে ইতিমধ্যে গ্ৰাহকৰ ঋণ লাভৰ যোগ্যতা হিচাপ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিবলৈ লৈছে ঋণ প্ৰদানৰ বাবে মেনেজাৰৰ সলনি বিগ ডাটা এনালিটিকছ্ ব্যৱহাৰ কৰা হৈছে কিছুমান প্ৰতিষ্ঠানত ৰবট অধিবক্তাই মানুহ অধিবক্তাৰ ঠাই দখল কৰিছে কৰ্মচাৰীৰ দৰমহাৰ প্ৰতিবেদন আৰু বেলেঞ্চ চীটসমূহো স্বয়ংক্ৰিয়ভাৱে প্ৰস্তুত হয় স্বয়ংক্ৰিয়তাৰ ফলত কোম্পানীৰ উৎপাদনশীলতা, গতিশীলতা আৰু লাভালাভ বৃদ্ধি পাব চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ ফলত বিশেষকৈ বিগ ডাটাৰ জৰিয়তে ২০৩০ ভিতৰত পৃথিৱীৰ জিডিপি ১৪ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে প্ৰাইচ ৱাটাৰ হাউচ কুপাৰছৰ মতে এই বৃদ্ধিৰ পৰিমাণ ১৫. লাখ কোটি আমেৰিকান ডলাৰৰ সমান



আমেৰিকা যুক্তৰাষ্ট্ৰত স্বয়ংক্ৰিয়তাৰ ফলত ৪৫ শতাংশ চাকৰি লোপ পাব ভাৰতৰ দৰে দেশত স্বয়ংক্ৰিয়তাই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সময় কাৰণ ইয়াত পাৰিশ্ৰমিকৰ পৰিমাণ কম আৰু কৰ্মচাৰী বহু পৰিমাণে উপলব্ধ মেককিছনে গ্লবেলে ঠাৱৰ কৰামতে ২০৩০ ভিতৰত পৃথিৱীৰ মুঠ কৰ্মচাৰীৰ ভিতৰত ১৫ শতাংশই স্বয়ংক্ৰিয় ব্যৱস্থাৰ ফলত চাকৰি হেৰুৱাব যদিও স্বয়ংক্ৰিয়তাই বহু চাকৰি হ্ৰাস কৰিছে, বহু নতুন চাকৰিৰো সৃষ্টি কৰিছে কোনেও নতুন চাকৰিৰ ধৰণ সম্পৰ্কে অনুমান কৰিব পৰা নাই তেওঁলোকে ভাবিছে যে বৰ্তমানৰ কৰ্মচাৰীৰ - শতাংশই এই চাকৰি লাভ কৰিব ভৱিষ্যতে মুক্ত আৰু অংশকালীন চাকৰিয়ে পূৰ্ণাংগ চাকৰিসমূহৰ স্থান দখল কৰিব দুৱাৰদলিত সামগ্ৰী বিতৰণ কৰা, গাড়ীচালক লেডজাৰ একাউণ্ট লিখা মানুহৰ চাহিদা বৃদ্ধি পাব এনে এক সময় আহিব যেতিয়া বিভিন্ন দেশৰ বিশেষজ্ঞই একেলগে একেটা প্ৰকল্পতে কাম কৰিব লাহে লাগে সংগঠিত আৰু অসংগঠিত ক্ষেত্ৰৰ মাজত থকা ব্যৱধান কম হৈ পৰিব গ্লবেল ডেভলপমেণ্ট গ্ৰুপৰ মতে বৰ্তমান পৃথিৱীজুৰি থকা ৱৰ্কফৰ্চ বা কৰ্মচাৰীৰ সংখ্যা ৩৫০ কোটি ইয়াৰে মাত্ৰ শতাংশইহে ফ্ৰেলাঞ্চাৰ হিচাপে কাম কৰি আছে লাহে লাহে, সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ ক্ৰমবৰ্দ্ধমান গুৰুত্বৰ ফলত ৰবটে কম দক্ষতাপূৰ্ণ কামসমূহ দখল কৰিব ভৱিষ্যতৰ কামসমূহ সুচাৰুৰূপে কৰিবলৈIntelligence Quotient (IQ)’- লগতেEmotional Quotient (EQ)’ দৰকাৰ মুখস্থ বিদ্যাৰ সলনি যিসকলৰ যুক্তি, বিশ্লেষণ কৰাৰ শক্তি, সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা আছে তেওঁলোকে সফল OCED’- প্ৰতিবেদনে প্ৰকাশ কৰিছে যে সৃষ্টিশীলতা, কাৰিকৰী আৰু মেমেজমেণ্টৰ দক্ষতা থকাসকলেহে ভৱিষ্যতৰ চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিবলৈ সক্ষম



এটা সময়ত কোনো এক কাৰিকৰী উদ্ভাৱনৰ বাবে কেইবা দশক বা শতিকাৰ প্ৰয়োজন হৈছিল কিন্তু বৰ্তমান তাৰ বাবে মাথো কেইটামান মাহহে লাগে চাকৰিত অগ্ৰগতি লাভ কৰিবলৈ সময়ে সময়ে নতুন দক্ষতা বিকাশ কৰিব লাগিব এগৰাকী ছাত্ৰই অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ স্নাতক হোৱাৰ পূৰ্বেই নতুন চাকৰিয়ে পুৰণি চাকৰিৰ ঠাই দখল কৰিব পাৰে সেয়হে কলেজত শিকাবোৰৰ উপৰি নতুন দক্ষতা অৰ্জন কৰাটো অপৰিহাৰ্য নৱ প্ৰজন্মই প্ৰতিটো মুহূৰ্ততে নতুন কৌশল বা দক্ষতা শিকিব লাগে কিন্তু পুৰণি পাঠ্যক্ৰমৰে আমাৰ শিক্ষা ব্যৱস্থা পাছ পৰি ৰৈছে শিক্ষকে পঢ়ায়, শিক্ষাৰ্থীয়ে শুনে-এই ধৰণৰ শিক্ষা পদ্ধতিয়ে আমাৰ মাজত চলি আছে এটা শ্ৰেণীত কিছুসংখ্যক শিক্ষাৰ্থী আনসকলতকৈ চোকা কিছুসংখ্যক আকৌ আনসকলতকৈ কম চোকা কিছুমানে ক্ষীপ্ৰতাৰে শিকে আৰু কিছুমানে মন্থৰ গতিৰে শিকে কিন্তু শিক্ষা পদ্ধতিসমূহ শিক্ষাৰ্থীৰ পৰ্যায়ৰ ওপৰত বিত্তি কৰি প্ৰস্তুত কৰা নহয় প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে একেই পৰীক্ষাত অৱতীৰ্ণ লাগিব ধাৰণাসমূহ বুজি পোৱাসকলতকৈ মুখস্থ কৰি লিখাসকলে বেছি নম্বৰ লাভ কৰে বৰ্তমানৰ শিক্ষা পদ্ধতি প্ৰথম ঔদ্যোগিক বিপ্লৱৰ সময়ত কেৰাণী আৰু উদ্যোগৰ কৰ্মচাৰী সৃষ্টি কৰিবলৈ প্ৰৱৰ্তন কৰা হৈছিল বৰ্তমানৰ চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সময়ত এই পদ্ধতি ফলপ্ৰসূ নোৱাৰে প্ৰযুক্তিগত বিকাশৰ লগত ফেৰ মাৰিবলৈ শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে দৌৰ মাৰিব লাগিব মহাবিদ্যালয়ৰ শিক্ষাৰ প্ৰথাটো লাহে লাহে আঁতৰি যাব আগতীয়াকৈ পাঠসমূহ অধ্যয়ন কৰা, সহপাঠীৰ সৈতে আলোচনা, উমৈহতীয়াভাৱে সমস্যাৰ সমাধান কৰা, অনলাইন আৰু বহুতৰপীয়া শিক্ষণ-শিকন পদ্ধতি শীঘ্ৰেই সকলোতে প্ৰৱৰ্তন বিভিন্ন মাধ্যমৰ জড়িয়তে দক্ষতা লাভ কৰি এগৰাকী শিক্ষাৰ্থীয়ে শিক্ষক আৰু শিক্ষাৰ্থী দুয়োটাৰে ভূমিকা পালন কৰিব পাৰে শিক্ষকে অকল তেওঁলোকক পথ নিৰ্দেশনা বা সহায়হে কৰিব



কৃত্ৰিম বুদ্ধিমত্তা, ভাৰ্চুৱেল ৰিয়েলিটী, গমেণ্টেড ৰিয়েলিটীয়ে শিক্ষণ-শিকনৰ পদ্ধতি সলনি কৰিব শিক্ষাৰ্থীৰ ওপৰত অদিক গুৰু্ত্ব দিয়া মেক্ গ্ৰো হিল স্মাৰ্ট বুকছৰ দৰে শিক্ষণ পদ্ধতি এতিয়া উপলব্ধ চতুৰ্থ ঔদ্যোগিক বিপল্ৱৰ শিক্ষাই চাকৰিৰ সলনি সমস্যা সমাধান কৰাৰ বাবে লক্ষ্য স্থিৰ কৰা শিক্ষাৰ্থী সৃষ্টি কৰাতহে গুৰুত্ব প্ৰদান কৰিব এই পদ্ধতিয়ে এনে নেতা সৃষ্টি কৰিব যি অস্থিৰ আৰু পৰিৱৰ্তনশীল পৰিস্থিতিতো স্থিৰ হৈ থাকিব পাৰে উচ্চ শিক্ষাৰ কেন্দ্ৰসমূহে শিক্ষাৰ্থীৰ সক্ষমতা আৰু স্বাৰ্থৰ ওপৰত ভিত্তি কৰি শিক্ষা পদ্ধতি কাৰ্যকৰী কৰিব শিক্ষানুষ্ঠানসমূহে উদ্যোগ আৰু সমাজৰ সংযোগ স্থাপন কৰি ছাত্ৰ-ছাত্ৰীক উপযুক্ত ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰি দিব লাগে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকল্পত জড়িত বলৈ উৎসাহিত কৰা উচিত সময়মতে কেৰিয়াৰ সম্পৰ্কীয় উপদেশ বা পথ নিৰ্দেশনা প্ৰদান কৰিব লাগে অধ্যয়ন কৰি থকাৰ সময়তে ছাত্ৰ-ছাত্ৰীক কাম কৰাৰ সুযোগ দিয়াটো উচিত ইতিমধ্যে চাকৰি কৰি থকা ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ সুযোগ প্ৰদানৰ ব্যৱস্থা থকাটো প্ৰয়োজন সঠিক পাঠ্যক্ৰম অধ্যয়ন কৰি নিয়োজিত হোৱা বা প্ৰয়োজন অনুসৰি পুনৰ আন পাঠ্যক্ৰম অধ্যয়ন কৰাৰ ব্যৱস্থা থাকিব লাগে এয়াই চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ মূল ধাৰণা



CONTINUAL LEARNING IS THE TRUE EDUCATION




Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.