ETV Bharat / sports

গৰ্বিত স্বামী আৰু পিতৃ : টুইটাৰ বায়’ সলনি কৰিলে বিৰাট কোহলীয়ে

কন্যা সন্তানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ এসপ্তাহৰ পিছতেই নিজ টুইটাৰ বায়’ সলনি কৰিলে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে ৷ টুইটাৰ বায়’ত ‘গৰ্বিত স্বামী আৰু পিতৃ’ বুলি লিখিলে কোহলীয়ে ৷

author img

By

Published : Jan 18, 2021, 10:12 PM IST

Virat Kohli edits Twitter bio to 'proud husband and father'
গৰ্বিত স্বামী আৰু পিতৃ:টুইটাৰ বায়’ সলনি কৰিলে বিৰাট কোহলীয়ে

স্পৰ্টছ ডেস্ক,18 জানুৱাৰী : নিজৰ টুইটাৰ বায়’ সলনি কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ সোমবাৰে কোহলীয়ে টুইটাৰ বায়’ সলনি কৰি ‘গৰ্বিত স্বামী আৰু পিতৃ’ কৰে ৷ বিগত 11 জানুৱাৰীত এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰে বিৰাট কোহলী আৰু পত্নী অনুস্কা শৰ্মাই ৷ কন্যা সন্তান জন্ম লাভ কৰা বাতৰিটো নিজৰ ইনষ্টাগ্ৰামযোগে অনুৰাগী সকলক অৱগত কৰিছিল ক্ৰিকেটাৰ গৰাকীয়ে ৷

Virat Kohli edits Twitter bio to 'proud husband and father'
সলনি হ’ল বিৰাট কোহলীৰ টুইটাৰ বায়’

ইয়াৰ উপৰিও কোহলী দম্পত্তিয়ে সংবাদমাধ্যমকো তেওঁলোকৰ কন্যা সন্তানটিৰ ছবি তোলাত বাধা প্ৰদান কৰে ৷ কোহলীয়ে কয়, ‘অভিভাৱক হিচাপে আমি আপোনালোকক এটি ক্ষুদ্ৰ অনুৰোধ কৰিছো ৷ আমি নিজৰ সন্তানটিৰ গোপনীয়তা সংৰক্ষণ কৰাত আপোনালোকৰ সাহয় বিচাৰিছো ৷’ তেওঁলোকে উপযুক্ত সময়ত নিজ সন্তাৰ ছবি শ্বেয়াৰ কৰিব বুলিও আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক-328 ৰাণৰ লক্ষ্য অনুসৰণ কৰি চতুৰ্থ দিনত ভাৰতৰ সংগ্ৰহ 4-0

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.