ETV Bharat / sports

পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰিলে বিৰাট-অনুষ্কাই

author img

By

Published : Jan 11, 2021, 4:58 PM IST

পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ বিৰাট-অনুষ্কাৰ ঔৰষত জন্ম গ্ৰহণ কৰে এগৰাকী কন্য সন্তানে ৷

virat-anushka-blessed-with-a-baby-girl
পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰিলে বিৰাট-অনুষ্কাই

নিউজ ডেস্ক, 11 জানুৱাৰী : পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ সোমবাৰে দুপৰীয়া মুম্বাইত বিৰাট-অনুষ্কাৰ ঔৰষত জন্ম গ্ৰহণ কৰে এগৰাকী কন্য সন্তানে ৷ বিৰাট কোহলীয়ে সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰে ৷

এই সুখবৰ প্ৰকাশ কৰি বিৰাট কোহলীয়ে তেওঁলোকক শুভেচ্ছা জনোৱাৰ লগতে মৰম আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তদুপৰি সন্তান জন্ম দিয়াৰ পাছত অনুষ্কা শৰ্মা আৰু নৱজাতক সন্তান দুয়ো সুস্থ অৱস্থাত আছে বুলিও জানিবলৈ দিয়ে বিৰাট কোহলীয়ে ৷

লগতে পঢ়ক: প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি অহা কৃষকৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.