ETV Bharat / sports

বিৰাট কোহলী, ডি ভিলিয়াৰ্ছক প্ৰত্যাহ্বান ওছেইন বল্টৰ

বিৰাট কোহলী, ডি ভিলিয়াৰ্ছক প্ৰত্যাহ্বান স্প্ৰীন্টাৰ ওছেইন বল্টৰ ৷

বিৰাট কোহলী, ডি ভিলিয়াৰ্ছক প্ৰত্যাহ্বান ওছেইন বল্টৰ
বিৰাট কোহলী, ডি ভিলিয়াৰ্ছক প্ৰত্যাহ্বান ওছেইন বল্টৰ
author img

By

Published : Apr 8, 2021, 1:55 PM IST

স্পৰ্টছ ডেস্ক, 8 এপ্ৰিল : এবি ডি ভিলিয়াৰ্ছ আৰু বিৰাট কোহলীয়ে টুইটাৰত এক ধেমেলীয়া কথোপকথন কৰাৰ পাচতে তেওঁলোকক প্ৰত্যুত্তৰ দিছে অলিম্পিক স্প্ৰীন্ট চেম্পিয়ন ওছেইন বল্টে ৷ ওছেইন বল্টে এক টুইটৰ জৰিয়তে ভিলিয়াৰ্ছ আৰু বিৰাটক কয় যে, তেওঁ এতিয়াও বিশ্বৰ দ্ৰুতবেগী ব্যক্তি বুলি উল্লেখ কৰে ৷

বল্টে RCB ৰ এটা জাৰ্ছী পৰিধান কৰি নিজৰ ছিগনেচাৰ চেলিব্ৰেছন ষ্টাইলত এখন ফটো টুইটাৰত শ্বেয়াৰ কৰে ৷

বুধবাৰে টুইটত তেওঁ কয়, "চেলেঞ্জাৰ্ছ, আপোনালোকক জনাওঁ যে, মই এতিয়াও দ্ৰুতবেগী হৈ আছো ৷ @imVkohli @ABdeVilliers17 @RCBTweets,"

ইয়াৰ পাচতে ডি ভিলিয়াৰ্ছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "অতিৰিক্ত ৰাণ সংগ্ৰহৰ বাবে আমি কাক মাতিব লাগে জানো @bolt!" ৷

উল্লেখ্য যে, জামাইকাতো ক্ৰিকেট এবিধ জনপ্ৰিয় খেল আৰু বল্ট সেই ঠাইৰে বাসিন্দা ৷ প্ৰাক্তন ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ কৰ্টনী ৱালছ জামাইকাৰ আছিল ৷

2008 চনৰ বেইজিং অলিম্পিকত বল্টে 9.58 ছেকেণ্ডেৰে 100 মিটাৰ স্প্ৰীন্টত অভিলেখৰ গৰাকী ৷

লগতে পঢ়ক : আই চি চি এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ ৰেংকিঙৰ শীৰ্ষ 12 ত ফখৰ জামান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.