স্পৰ্টচ ডেস্ক, 25 মাৰ্চঃ আইপিল-11 সংস্কৰণত স্বমহিমাৰে পত্যাৱৰ্তন কৰিছে বিস্ফোৰক অপেনাৰ ক্ৰিছ গেইলে৷ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত খেল খনত গেইলে 47 টা বলত সংগ্ৰহ কৰা 79 ৰানৰ সহায়ত কিংছ ইলেভেন পাঞ্জাৱে নিৰ্ধাৰিত 20 অভাৰত চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 184 ৰান৷ গেইলৰ উপৰিও দলটোৰ হৈ ছৰফৰাজ খানে অপৰাজিত ভাবে সংগ্ৰহ কৰে 46 ৰান৷ ৰাজস্থান ৰয়েলচৰ হৈ সৰ্বাধিক দুটা উইকেট লাভ কৰে বেন ষ্টকে৷
১৮৪ ৰানেৰে ইনিংছ সামৰিলে কিংছ ইলেভেন পাঞ্জাৱে - 184 ৰান
স্ব মহিমাত গেইলৰ পত্যাবৰ্তন, চৰফৰাজ খানৰো দৰ্শনীয় বেটিং
![১৮৪ ৰানেৰে ইনিংছ সামৰিলে কিংছ ইলেভেন পাঞ্জাৱে](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2800575-1107-917019cb-0fd6-4d1c-a67b-96a3d68f4a56.jpg?imwidth=3840)
স্ব মহিমাত গেইলৰ পত্যাবৰ্তন
স্পৰ্টচ ডেস্ক, 25 মাৰ্চঃ আইপিল-11 সংস্কৰণত স্বমহিমাৰে পত্যাৱৰ্তন কৰিছে বিস্ফোৰক অপেনাৰ ক্ৰিছ গেইলে৷ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত খেল খনত গেইলে 47 টা বলত সংগ্ৰহ কৰা 79 ৰানৰ সহায়ত কিংছ ইলেভেন পাঞ্জাৱে নিৰ্ধাৰিত 20 অভাৰত চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 184 ৰান৷ গেইলৰ উপৰিও দলটোৰ হৈ ছৰফৰাজ খানে অপৰাজিত ভাবে সংগ্ৰহ কৰে 46 ৰান৷ ৰাজস্থান ৰয়েলচৰ হৈ সৰ্বাধিক দুটা উইকেট লাভ কৰে বেন ষ্টকে৷
স্ব মহিমাত গেইলৰ পত্যাবৰ্তন
184 ৰান সংগ্ৰহ কিংছ ইলেভেন পাঞ্জাৱ
চৰফৰাজ খানৰ দৰ্শনীয় বেটিং
স্ব মহিমাত গেইলৰ পত্যাবৰ্তন
184 ৰান সংগ্ৰহ কিংছ ইলেভেন পাঞ্জাৱ
চৰফৰাজ খানৰ দৰ্শনীয় বেটিং
184 ৰান সংগ্ৰহ কিংছ ইলেভেন পাঞ্জাৱৰ