ETV Bharat / sports

মই শচীনক ভূলকৈ দুবাৰ আউট দিচিলো : অনুতপ্ত ষ্টিভ বাকনৰ - empire

টেণ্ডুলকাৰক সকলোতকৈ বেছি আউট ঘোষণা কৰা এম্পায়াৰ গৰাকী ষ্টিভ বাকনৰ( Steve Bucknor) । বহু কেইবছৰৰ অন্তত হলেওঁ অৱশেষত এতিয়া মুখ খুলিলে আইচিচিৰ প্ৰাক্তন এম্পায়াৰ ষ্টিভ বাকনৰে। দুবাৰকৈ ভূল সিদ্ধান্তৰে তেওঁ আউট কৰিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক ।

To err is human: Bucknor revisits his wrong decisions against Tendulkar
শচীনক ভূলকৈ দুবাৰ আউট দিচিলো : অনুতপ্ত ষ্টিভ বাকনৰ
author img

By

Published : Jun 21, 2020, 7:02 PM IST

নিউজ ডেস্ক, ২১জুন: ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেটৰ মহাৰথী শচীন টেণ্ডুলকাৰ এনে এগৰাকী বেটছমেন আছিল যি গোটেই খেলখনকেই ধৰি ৰাখিবলৈ সক্ষম হৈছিল । বিৰোধী পক্ষইওঁ জানিছিল যদিহে শচীনক পেভিলিয়নলৈ ঘূৰাই পথাব পৰা যায়, তেন্তে জয় তেওঁলোকৰ পক্ষলৈ অহাটো নিশ্চিত । তাৰোপৰি শচীন টেণ্ডুলকাৰ বহুবাৰ এম্পায়াৰৰ ভূল সিদ্ধান্তৰো বলি হব লগা হৈছিল । টেণ্ডুলকাৰক সকলোতকৈ বেছি আউট ঘোষণা কৰা এম্পায়াৰ গৰাকী ষ্টিভ বাকনৰ( Steve Bucknor) । বহু কেইবছৰৰ অন্তত হলেওঁ অৱশেষত এতিয়া মুখ খুলিলে আইচিচিৰ প্ৰাক্তন এম্পায়াৰ ষ্টিভ বাকনৰে। দুবাৰকৈ ভূল সিদ্ধান্তৰে তেওঁ আউট কৰিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক । ২০০৩ চনৰ গাবাৰ এখন খেলৰ কথা মনত পেলাই কলে, তেখেতে টেণ্ডুলকাৰক এল বি ডব্লিউ দি আউট কৰিছিল। সেয়া এক ভূল সিদ্ধান্ত আছিল বুলি কৈ বাকনৰে কলে, মানুহৰ কেতিয়াবা ভূল হৈ যায়। তেওঁ কলে জেচন গিলেস্পীৰ বল ষ্টাম্পৰ ওপৰেদিয়েই পাৰ হৈ গৈছিল। প্ৰাক্তন এম্পায়াৰ গৰাকীয়ে ২০০৫ চনৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামৰ আন এখন খেলত আব্দুল ৰজ্জাকৰ বলত শচীন টেণ্ডিলকাৰক কেচ আউট দিছিল ।

To err is human: Bucknor revisits his wrong decisions against Tendulkar
শচীনক ভূলকৈ দুবাৰ আউট দিচিলো : অনুতপ্ত ষ্টিভ বাকনৰ

বাৰবাড'চৰ "মেচন এণ্ড গেষ্ট" শীৰ্ষক এটা ৰেডিঅ'ৰ অনুস্থানত কলে, ভূল শিদ্ধান্তৰে শচীনক তেওঁ দুবাৰকৈ আউট ঘোষণা কৰিছিল। কোনো এম্পায়াৰে জানি শুনি ভূল সিদ্ধান্ত দিব নিবিচাৰে। এই ভূল তেওঁৰ লগতে থাকি যায় ফলত ভবিষ্যতটোৱেই তেওঁৰ অন্ধকাৰময় হৈ পৰে ।

ভূল মানুহেই কৰে। এবাৰ অষ্ট্ৰেলিয়াত মই তেওঁক এল বি ডব্লিউ আউট দিছিলো য'ত বল ষ্টাম্পৰ ওপৰেদিয়ে পাৰ হৈ গৈছিল । আনবাৰ শচীনক ভাৰততে কেচ আউট দিছিলো । বেটৰ কাষেৰে বলটোৱে দিশ সলনি কৰিছিল যদিও বল বেটত লগাই নাছিল আৰু বল ৱিকেট কিপাৰৰ হাতত পৰিছিলগৈ । এইখন খেল হৈছিল ইডেন গাৰ্ডেনত ।

ইডেন গাৰ্ডেনত অনুস্থিত খেলত যেতিয়া ভাৰত বেটিঙত থাকিব তেতিয়া একো শুনায়েই সম্ভৱ নহয়। এক লাখ দৰ্শকে যেতিয়া একেলগে চিঞৰিব তেতিয়া সিদ্ধান্তৰ বাবে বহুতেই অসুবিধাজনক হৈ পৰে । আৰু সেই সময়ত কৰা আন এটা ভূল সিদ্ধান্তক লৈ মই আজিও অনুতপ্ত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.