ETV Bharat / sports

টি 20-য়ে মহিলা ক্ৰিকেটক আৰু এখোজ আগবঢ়াই নিবঃ মিথালী ৰাজ

author img

By

Published : May 6, 2019, 9:17 AM IST

মহিলা ক্ৰিকেটাৰ মিথালী ৰাজে টি-20 টুৰ্ণামেন্টত ভেল'চিটী দলক প্ৰতিনিধিত্ব কৰিব ৷ এই সম্পৰ্কত মিথালী ৰাজে জনাই যে, আগন্তুক টুৰ্ণামেন্ট খনে মহিলা ক্ৰিকেটক এখোজ আগবঢ়াই নিয়াত সহায় কৰিব ৷

টি 20 য়ে মহিলা ক্ৰিকেটক আৰু এখোজ আগবঢ়াই নিব : মিথালী ৰাজ

নিউজ ডেস্ক, 6মে': ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজে এইবাৰ ভাৰতত অনুষ্ঠিত হ'বলগা মহিলাৰ টি 20 টুৰ্ণামেন্টত ভেল'চিটী দলক প্ৰতিনিধিত্ব কৰিব ৷ এই সম্পৰ্কত যথেষ্ট আশাবাদী হৈ থকা খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে, আগন্তুক টুৰ্ণামেন্ট খনে মহিলা ক্ৰিকেটক এখোজ আগবঢ়াই নিয়াত সহায় কৰিব ৷

ETV BHARAT ASSAM

আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে খেলুৱৈগৰাকীৰ উদ্ধৃতি দি কয় যে, এইয়া মহিলা ক্ৰিকেটৰ দিশত এখোজ আগবঢ়াৰ প্ৰচেষ্টা ৷ তাৰোপৰি তেওঁ কয় যে, এইয়া বুজিবলৈ চেষ্টা কৰা উচিত যে, যিকোনো ডাঙৰ কামলৈ আগবাঢ়িবৰ বাবে সৰুৰ পৰা আৰম্ভ কৰিব লাগিব ৷

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত মহিলাৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈগৰাকীয়ে লগতে বিশ্বাস কৰে যে, বহু সংখ্যক লোকক মহিলা ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ কৰিবলৈ তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব লাগিব ৷ ইয়াৰোপৰি ভাল প্ৰদৰ্শনে ভাৰতীয় ক্ৰিকেট ব'ৰ্ড আৰু স্বত্বাধিকাৰী সকলকো আইপিএলৰ দৰে পূৰ্ণাংগ লীগৰ আৰম্ভণি কৰিবলৈ উৎসাহ যোগাব বুলি তেওঁ জনায় ৷

উল্লেখ্য যে, এই টুৰ্ণামেন্ট খন মে'ৰ 6 তাৰিখে ছুপাৰন'ভাছ আৰু ট্ৰেইলব্লেজাৰ্ছৰ মাজত জয়পুৰত অনুষ্ঠিত হ'ব ৷

T20 CHALLENGE A "STEP AHEAD" : MITHALI RAJ

টি 20 য়ে মহিলা ক্ৰিকেটক আৰু এখোজ আগবঢ়াই নিব : মিথালী ৰাজ 

নিউজ ডেস্ক, 6মে': ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজে এইবাৰ ভাৰতত অনুষ্ঠিত হ'বলগা মহিলাৰ টি 20 টুৰ্ণামেন্টত ভেল'চিটী দলক প্ৰতিনিধিত্ব কৰিব ৷ এই সম্পৰ্কত যথেষ্ট আশাবাদী খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে, আগন্তুক টুৰ্ণামেন্ট খন মহিলা ক্ৰিকেটৰ বাবে এক প্ৰত্যাহ্বান আৰু এই প্ৰত্যাহ্বানে এখোজ আগবঢ়াই নিয়াত সহায় কৰিব ৷ 

আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে খেলুৱৈগৰাকীৰ উদ্ধৃতি দি কয় যে, এইয়া মহিলা ক্ৰিকেটৰ দিশত এখোজ আগবঢ়াৰ প্ৰচেষ্টা ৷ তাৰোপৰি তেওঁ কয় যে, এইয়া বুজিবলৈ চেষ্টা কৰা উচিত যে, যিকোনো ডাঙৰ কামলৈ আগবাঢ়িবৰ বাবে সৰুৰ পৰা আৰম্ভ কৰিব লাগিব ৷ 

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত মহিলাৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈগৰাকীয়ে লগতে বিশ্বাস কৰে যে, বহু সংখ্যক লোকক মহিলা ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ কৰিবলৈ তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব লাগিব ৷ ইয়াৰোপৰি ভাল প্ৰদৰ্শনে ভাৰতীয় ক্ৰিকেট ব'ৰ্ড আৰু স্বত্বাধিকাৰী সকলকো আইপিএলৰ দৰে পূৰ্ণাংগ লীগৰ আৰম্ভণি কৰিবলৈ উৎসাহ যোগাব বুলি তেওঁ জনায় ৷ 

উল্লেখ্য যে, এই টুৰ্ণামেন্ট খন মে'ৰ 6 তাৰিখে ছুপাৰন'ভাছ আৰু ট্ৰেইলব্লেজাৰ্ছৰ মাজত জয়পুৰত অনুষ্ঠিত হ'ব ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.