ETV Bharat / sports

বন্ধুত্ব দিৱসত 'মেন্টৰ' ধোনীক প্ৰশংসাৰে উপচালে সুৰেশ ৰাইনাই

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ (আইপিএল) চেন্নাই ছুপাৰ কিংছ দলে দেওবাৰে ৰাইনা আৰু ধোনীৰ এক ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু কেপচন লিখিছিল, "F.R.7.3.N.D.S - পূৰ্ণতা লাভ কৰিবৰ বাবে একত্ৰিত হৈ আছে ৷ #WhistlePodu #Yellove #FriendshipDay ৷"

চেন্নাই ছুপাৰ কিংছ দলৰ টুইটাৰৰ প্ৰত্যুত্তৰ ৰাইনাৰ
বন্ধুত্ব দিৱসত 'মেন্টৰ' ধোনীক প্ৰশংসাৰে উপচালে সুৰেশ ৰাইনাই
author img

By

Published : Aug 2, 2020, 3:21 PM IST

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : আজি বন্ধুত্ব দিৱস ৷ সেই উপলক্ষ্যে ভাৰতৰ দূৰ্দান্ত বেটছমেন সুৰেশ ৰাইনাই দেওবাৰে 'গুৰু তথা মেন্টৰ' মহেন্দ্ৰ সিং ধোনীক প্ৰশংসাৰে উপচাই পেলায় ৷ প্ৰাক্তন অধিনায়ক ধোনীক ৰাইনাই 'মাগদৰ্শক' বুলি মন্তব্য কৰে ৷

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ (আইপিএল) চেন্নাই ছুপাৰ কিংছ দলে দেওবাৰে ৰাইনা আৰু ধোনীৰ এক ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু কেপচন লিখিছিল, "F.R.7.3.N.D.S - পূৰ্ণতা লাভ কৰিবৰ বাবে একত্ৰিত হৈ আছে৷ #WhistlePodu #Yellove #FriendshipDay ৷"

চেন্নাই ছুপাৰ কিংছৰ এই টুইটাৰৰ প্ৰত্যুত্তৰত ৰাইনাই লিখে, "আমাৰ ইমান ধুনীয়া মুহূৰ্ত প্ৰস্তুত কৰি উলিওৱা বাবে ধন্যবাদ @ChennaiIPL৷ @msdhoni ভাই কেৱল এজন বন্ধুয়ে নহয়, তেওঁ মোৰ মাগদৰ্শক, মোৰ গুৰু আৰু প্ৰতিটো কঠিন মুহূৰ্ততে মোৰ সৈতে থিয় দিছে ৷ ধন্যবাদ মাহী ভাই ৷ বন্ধুত্ব দিৱসৰ শুভেচ্ছা ! অতি সোনকালে লগ পাম !"

এই দিৱসৰ সৈতে সংগতি ৰাখি শচীন তেণ্ডুলকাৰেও বন্ধুসকলৰ সৈতে এখন পূৰ্বৰ ফ'টো শ্বেয়াৰ কৰে৷

  • Friendships are like floodlights on a cricket field. They enjoy your success from the corner. But if they realise the sun’s going down on you, they light themselves up to provide brightness around you.
    For me, everyday is #FriendshipDay. pic.twitter.com/i80PIT6Knu

    — Sachin Tendulkar (@sachin_rt) August 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে এখন ফ'টো শ্বেয়াৰ কৰি লিখে, "ক্ৰিকেটৰ পথাৰত বন্ধুত্ব বিজুলী চাকিৰ দৰে ৷ তেওঁলোকে আপোনাৰ সফলতা এটা আছুতীয়া কোণৰ পৰা উপভোগ কৰে ৷ কিন্তু, সূৰ্যৰ পোহৰ আপোনাৰ বাবে কম হোৱা যেন দেখা পালে বন্ধুসকলে নিজে জ্বলি আপোনাৰ বাবে পোহৰ বিলায় ৷ মোৰ বাবে প্ৰতিদিনেই #FriendshipDay ৷"

লগতে পঢ়ক : বন্ধুৰ বাবে এটা দিন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.