ETV Bharat / sports

ফিট ইণ্ডিয়া মুভমেণ্ট প্ৰচাৰৰ বাবে ক্ৰিকেটাৰক আহ্বান কিৰণ ৰিজেজুৰ

author img

By

Published : Sep 13, 2019, 1:34 PM IST

নৰেন্দ্ৰ মোডীৰ উদ্বোধন কৰা ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰচাৰৰ বাবে ক্ৰিকেটাৰক ওলাই অহাৰ আহ্বান কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰণ ৰিজেজুৰ ৷

ফিট ইণ্ডিয়া মুভমেণ্ট প্ৰচাৰৰ বাবে ক্ৰিকেটাৰক আহ্বান কিৰণ ৰিজেজুৰ

স্পৰ্টছ ডেস্ক,13 ছেপ্তেম্বৰঃ দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰচাৰৰ বাবে ক্ৰিকেটাৰ সকলক আহ্বান জনায় কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰণ ৰিজেজুৱে ৷ দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে বিৰাট কোহলি ৷ য’ত কোহলিৰ নামত এটা ষ্টেডিয়ামৰ ষ্টেণ্ড নামকৰণ কৰা লগতে অৰুণ জেটলীৰ নামত নামকৰণ কৰা হয় ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামটো ৷

এই অনুষ্ঠানতেই সভাত উপস্থিত ব্যক্তিসকলক সম্বোধন কৰি ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰচাৰৰ বাবে ক্ৰিকেটাৰক আহ্বান জনায় ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷ 29 আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰিছিল এই ফিট ইণ্ডিয়া মুভমেণ্টৰ ৷ ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এই আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

ETV SPORTS- IMAGE STORY
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.