ETV Bharat / sports

দুৰ্বল আৰম্ভণিৰে ৱেষ্ট ইণ্ডিজৰ সন্মুখত অষ্ট্ৰেলিয়া - australia

টচত জয়ী হৈ কেংগাৰু বাহিনীক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই ৱেষ্ট ইণ্ডিজৰ অধিনায়ক জ‘চন হল্ডাৰে ৷ বেটিং কৰিবলৈ আহি আৰম্ভণিতে উজুতি খাবলগীয়া হয় ডিফেন্ডিং ছেম্পিয়ন অষ্ট্ৰেলিয়া ৷

অষ্ট্ৰেলিয়াৰ দুৰ্বল আৰম্ভণি
author img

By

Published : Jun 6, 2019, 5:30 PM IST

নিউজ ডেস্ক, 6 জুনঃ বৃহস্পতিবাৰে নটিংহামত অনুষ্ঠিত হৈ থকা ৱেষ্টজ-ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বিশ্বকাপৰ খেলখনত প্ৰথমে বেটিং কৰি দুৰ্বল আৰম্ভণি কৰিছে অষ্ট্ৰেলিয়াই ৷ টচত জয়ী হৈ কেৰিবিয়ান দলটোৱে কেংগাৰু বাহিনীক প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ জনাই ৱেষ্ট ইণ্ডিজৰ অধিনায়ক জ‘চন হল্ডাৰে ৷ বেটিং কৰিব আহি আৰম্ভণিতে উজুতি খাবলগীয়া হয় ডিফেন্ডিং ছেম্পিয়ন অষ্ট্ৰেলিয়া ৷ তৃতীয় অভাৰৰ দ্বিতীয়টো বলত দলীয় স্কৰ 15 হওঁতেই ফ্ৰিন্সৰ ৰূপত পতন হয় প্ৰথমটো উইকেট ৷ 6 ৰান কৰি ইউকেটৰ পিছত ধৰা পৰে ফ্ৰিন্স ৷ ইফালে কেৰিবিয়ান দলটোৱে পেছ আক্ৰমণ অব্যাহত ৰাখি চতুৰ্থ অভাৰত আউট কৰে দুৰ্দান্ত ফৰ্মত থকা আনগৰাকী অপেনাৰ ডেভিড ৱাৰ্ণাৰক৷ দলীয় ৰান 26 ত তিনি ৰান কৰি আউট হয় ৱাৰ্ণাৰ৷

শেহতীয়া বাতৰি মতে অষ্ট্ৰেলিয়াই 27 অভাৰত পাঁছ উইকেটত সংগ্ৰহ কৰিছে 129 ৰান ৷ ষ্টিফেন স্মিথে উইকেটত খোপনি লৈ 56 টা বলত 37 ৰানত বেটিং কৰি থকাৰ লগতে এলেক্স কেৰিয়ে 45 টা বলত 33 ৰান কৰি অপৰাজিত হৈ আছে ৷

শেহতীয়া বাতৰি মতে অষ্ট্ৰেলিয়াই 21 অভাৰত  পাঁছ উইকেটত সংগ্ৰহ কৰিছে 86 ৰান৷ ষ্টিফেন স্মিথে উইকেটত খোপনি লৈ 46 টা বলত 24 ৰানত বেটিং কৰি থকাৰ লগতে এলেক্স কেৰিয়ে 22 টা বলত 3 ৰান কৰি অপৰাজিত হৈ আছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.