ETV Bharat / sports

বুছফায়াৰ চেৰেটি মেচঃ পণ্টিংৰ একাদশ দলৰ প্ৰশিক্ষকৰ ভূমিকাত শচীন - Sachin Tendulkar to coach Ricky Ponting XI

অষ্ট্ৰেলিয়াত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ সহায়ৰ বাবে বুছফায়াৰ চেৰেটি ক্ৰিকেট মেচৰ বাবে পণ্টিং একাদশ দলৰ প্ৰশিক্ষকৰ ভূমিকাত দেখা যাব শচীন তেণ্ডুলকাৰক ৷

পণ্টিংৰ একাদশ দলৰ প্ৰশিক্ষকৰ ভূমিকাত শচীন
পণ্টিংৰ একাদশ দলৰ প্ৰশিক্ষকৰ ভূমিকাত শচীন
author img

By

Published : Jan 21, 2020, 9:56 PM IST

স্পৰ্টছ ডেস্ক, 21 জানুৱাৰীঃ বুছফায়াৰ চেৰেটি ক্ৰিকেট মেচৰ বাবে পণ্টিং একাদশ দলৰ প্ৰশিক্ষকৰ ভূমিকাত দেখা পোৱা যাব ভাৰতৰ তথা বিশ্বৰ মহানতম খেলুৱৈ শচীন তেণ্ডুলকাৰক ৷ শচীনৰ লগতে দলটোৰ বলিং প্ৰশিক্ষকৰ ভূমিকাত থাকিব ৱেষ্ট ইণ্ডিজৰ মহান খেলুৱৈ কৰ্টনী ৱাল্ছ ৷ পণ্টিঙৰ দলটোক পৰিচালনা কৰিব শ্বেন ৱাৰ্ণে ৷ বুছফায়াৰত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায়ৰ বাবে এই চেৰেটি মেচখনৰ আয়োজন কৰা হৈছে ৷

বুছফায়াৰ চেৰেটি মেচঃ
বুছফায়াৰ চেৰেটি মেচ

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মতে, এই মেচখনৰ নাম ‘‘বুছফায়াৰ ক্ৰিকেট বেছ’’ বুলি নামাকৰণ কৰা হ’ব ৷ অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই মেচখন ৷ মেচখনত জণ্টিন লেংগাৰ, এডাম গিলখ্ৰীষ্ট, ব্ৰেট লী, শ্বেন ৱাটছন, এলেক্স ব্লেকৱেল আৰু মাইকেল ক্লাৰ্কে অংশগ্ৰহণ কৰিব ৷ ইপিনে ষ্টিভ ৱাগ আৰু মেল জনছেও খেলুৱৈ ৰূপত নহয় অন্য ৰূপত অংশ গ্ৰহণ কৰিব এই মেচখনত ৷ এই মেচখনৰ পৰা লাভ কৰা সমস্ত ধন ৰেড ক্ৰছক প্ৰদান কৰা হ’ব ৷

বুছফায়াৰ চেৰেটি মেচঃ পণ্টিংৰ একাদশ দলৰ প্ৰশিক্ষকৰ ভূমিকাত শচীন
বুছফায়াৰ চেৰেটি মেচঃ পণ্টিংৰ একাদশ দলৰ প্ৰশিক্ষকৰ ভূমিকাত শচীন

উল্লেখ্য যে, অষ্ট্ৰেলিয়াত সংঘটিত হোৱা ভয়ংকৰ বুছফায়াৰত 29 জন লোকৰ মৃত্যু হোৱাৰ লগতে 2000 বাসগৃহ, বহু জীৱ-জন্তুৰ ক্ষতিসাধন হৈছিল ৷ এই ঘটনাক লৈ ৱাৰ্ণ, ক্ৰিছ লিন, গ্লেন মেক্সৱেল, টেনিছ ষ্টাৰ চেৰেনা উইলিয়ামছ আৰু নিক কিৰ্গিয়োছকে ধৰি বহু খেলুৱৈয়ে ধন সংগ্ৰহ কৰিছিল ৷

Intro:Body:

Hyderabad: Indian batting legend Sachin Tendulkar and West Indies bowling great Courtney Walsh will play the role of coaches when Ricky Ponting XI will play Shane Warne XI in a charity cricket match organised to raise funds for Australia's bushfire victims. 

According to Cricket Australia, the match named ‘Bushfire Cricket Bash’ will be held on February 8.

The bushfire relief cricket match is one of three headline acts on cricket’s day of giving, The Big Appeal. The other two events are Commonwealth Bank Women’s Tri-Series T20I clash between India and Australia and the final of the Big Bash.

Tendulkar and Walsh will coach legends like Ricky Ponting, Shane Warne, Justin Langer, Adam Gilchrist, Brett Lee, Shane Watson, Alex Blackwell and Michael Clarke among others.

Steve Waugh and Mel Jones will also be involved in the match in non-playing roles.

“We are absolutely honoured to be welcoming Sachin (Tendulkar) and Courtney (Walsh) back to Australia where they both enjoyed a lot of success as players, and we can’t wait to have them involved,” said Cricket Australia CEO Kevin Roberts.

“We’re looking forward to our people at CA and the entire Australian cricket family coming together for the Big Appeal.”

The profits and funds raised from the match will go to the Australian Red Cross.

The raging bushfires have already killed 29 people in Australia and destroyed more than 2,000 homes in recent months. A host of sportspersons, including Warne, Chris Lynn, Glenn Maxwell and tennis stars Serena Williams and Nick Kyrgios among others have raised funds for the bushfire victims.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.