ETV Bharat / sports

পঙ্কজ আদৱানীৰ দখলত বিশ্ব বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপছ - ম্যানমাৰৰ মণ্ডালয়

ভাৰতীয় বিলিয়াৰ্ডছ তাৰকা পঙ্কজ আদৱানীয়ে দেওবাৰে তেওঁৰ কেৰিয়াৰৰ 22 সংখ্যক আন্তৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ম্যানমাৰৰ মণ্ডালয়ত অনুষ্ঠিত বিশ্ব বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপছত ম্যানমাৰৰ প্ৰতিদ্বন্দী নে থ্যাই অ'ৰ বিৰুদ্ধে 6 - 2 ব্যৱধানত জয়ী হয় আদৱানী ৷

পঙ্কজ আদৱানীৰ দখলত বিশ্ব বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপছ
author img

By

Published : Sep 16, 2019, 5:19 PM IST

স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰ : ভাৰতীয় বিলিয়াৰ্ডছ তাৰকা পঙ্কজ আদৱানীয়ে দেওবাৰে তেওঁৰ কেৰিয়াৰৰ 22 সংখ্যক আন্তৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ম্যানমাৰৰ মণ্ডালয়ত অনুষ্ঠিত বিশ্ব বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপছত ম্যানমাৰৰ প্ৰতিদ্বন্দী নে থ্যাই অ'ৰ বিৰুদ্ধে 6 - 2 ব্যৱধানত জয়ী হয় আদৱানী ৷ আদৱানীৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত অ'য়ে দ্বিতীয় বাৰৰ বাবে ৰূপৰ পদকতে ক্ষান্ত থাকিব লগা হয় ৷

ভাৰতীয় বিলিয়াৰ্ডছ তাৰকা পঙ্কজ আদৱানী
পঙ্কজ আদৱানীৰ দখলত বিশ্ব বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপছ

তেওঁৰ প্ৰদৰ্শন সন্দৰ্ভত আদৱানীয়ে কয়, "বিশ্ব চেম্পিয়নশ্বিপছত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰতিবাৰেই এইটো কথা নিশ্চিত কৰো যে, শ্ৰেষ্ঠ স্থান দখল কৰাৰ প্ৰেৰণা কোনো গুণেই কম হোৱা নাই ৷ এই জয়ে এইটোৱে সূচাই যে, টুৰ্ণামেন্ট সমূহত জয় লাভৰ বাবে মোৰ ভোক এতিয়াও কমা নাই ৷"

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.