স্পৰ্টছ ডেস্ক, 15 জানুৱাৰী : একেটা ভ্ৰমণতে ক্ৰিকেটৰ তিনিওটা ফৰমেটতে আন্তৰাষ্ট্ৰীয় অভিষক ঘটোৱা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে পেচাৰ থাংগাৰাছু নটৰাজন ৷ 29 বৰ্ষীয় তামিলনাডুৰ পেচাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থ টেষ্টৰ জৰিয়তে টেষ্ট মেচত আত্মপ্ৰকাশ ঘটায় ৷
-
The stuff dreams are made of. A perfect treble for @Natarajan_91 as he is presented with #TeamIndia's Test 🧢 No. 300. It can't get any better! Natu is now an all-format player. #AUSvIND pic.twitter.com/cLYVBMGfFM
— BCCI (@BCCI) January 14, 2021 " class="align-text-top noRightClick twitterSection" data="
">The stuff dreams are made of. A perfect treble for @Natarajan_91 as he is presented with #TeamIndia's Test 🧢 No. 300. It can't get any better! Natu is now an all-format player. #AUSvIND pic.twitter.com/cLYVBMGfFM
— BCCI (@BCCI) January 14, 2021The stuff dreams are made of. A perfect treble for @Natarajan_91 as he is presented with #TeamIndia's Test 🧢 No. 300. It can't get any better! Natu is now an all-format player. #AUSvIND pic.twitter.com/cLYVBMGfFM
— BCCI (@BCCI) January 14, 2021
কানবেৰাত 2 ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত আন্তৰাষ্ট্ৰীয় মেচত অভিষেক ঘটাইছিল নটৰাজনে ৷ সেই মেচত 13 ৰাণত জয় লাভ কৰিছিল ভাৰতে ৷ 10 অ'ভাৰত 70 ৰাণ দি তেওঁ সংগ্ৰহ কৰিছিল 2 টাকৈ উইকেট ৷
ইয়াৰ পাচতে টি-20 মেচত 2-1 ত ছিৰিজ দখল কৰা ভাৰতীয় দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল নটৰাজনে ৷ টি-20 ছিৰিজত তেওঁ দখল কৰিছিল ছয়টা উইকেট ৷
-
Welcome to Test cricket, @Natarajan_91 🤩
— ICC (@ICC) January 14, 2021 " class="align-text-top noRightClick twitterSection" data="
Thangarasu Natarajan becomes the first Indian player to make his International debut across all three formats during the same tour 👏#AUSvIND pic.twitter.com/CKltP2uT5w
">Welcome to Test cricket, @Natarajan_91 🤩
— ICC (@ICC) January 14, 2021
Thangarasu Natarajan becomes the first Indian player to make his International debut across all three formats during the same tour 👏#AUSvIND pic.twitter.com/CKltP2uT5wWelcome to Test cricket, @Natarajan_91 🤩
— ICC (@ICC) January 14, 2021
Thangarasu Natarajan becomes the first Indian player to make his International debut across all three formats during the same tour 👏#AUSvIND pic.twitter.com/CKltP2uT5w
আইচিচিয়ে এক টুইটাৰৰ জৰিয়তে কয়, "টেষ্ট ক্ৰিকেটলৈ আদৰণি... একেটা ভ্ৰমণতে ক্ৰিকেটৰ তিনিওটা ফৰমেটতে আন্তৰাষ্ট্ৰীয় অভিষক ঘটোৱা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে পেচাৰ থাংগাৰাছু নটৰাজন ৷"
লগতে পঢ়ক : চতুৰ্থ টেষ্ট : প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 274/5