ETV Bharat / sports

কলকাতা কিংছ ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানচৰ জয়

author img

By

Published : Oct 17, 2020, 3:41 PM IST

মুম্বাই ইণ্ডিয়ানচৰ স্কিপাৰ ৰোহিত শৰ্মাই কলকাতা কিং ৰাইডাৰ্ছৰ বিৰুদ্ধে 8 উইকেটত খেলত জয় হোৱাৰ পাছতে কৰিলে টুইট ৷ খেলখনক অতিকৈ ৰোমাঞ্চকৰ বুলি কৈ ল’লে আত্মসন্তুষ্টি ৷

কলকাতা কিংছ ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানচৰ জয়
কলকাতা কিংছ ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানচৰ জয়

স্পৰ্টছ ডেস্ক, 17 অক্টোবৰ : মুম্বাই ইণ্ডিয়ানচৰ স্কিপাৰ ৰোহিত শৰ্মাই কলকাতা কিং ৰাইডাৰ্ছৰ বিৰুদ্ধে 8 উইকেটত খেলত জয় হোৱাৰ পাছত কৈছে যে "তেওঁলোকে আমাক শীৰ্ষত থকাত সহায় কৰিছে ৷ প্ৰতিখন খেলত ৰয়েল চেলেঞ্জাৰচ বেংগালুৰুৰ বিপৰীতে জয় হৈ আহিছো" ৷

এইখেলখনত একপক্ষীয় ভাবে কিংছ 11 পাঞ্জাৱৰ বিৰুদ্ধে 48 ৰান, চানৰাইজ হায়দৰাবাদৰ বিৰুদ্ধে 34 ৰান, ৰাজস্থান ৰয়েলচৰ বিৰুদ্ধে 57 ৰানৰ লগতে 5উইকেট দখল কৰিবলৈ সক্ষম হওঁ ৷ তেওঁলোকে 149 ৰানৰ টাৰ্গেট দিয়ে ৷ ক’লে, ৰোহিত শৰ্মাই ৷

লগতে স্কিপাৰ ৰোহিত শৰ্মাই উল্লেখ কৰিলে, গুৰুত্ত্বপূৰ্ণ কথা হ'ল আত্মসন্তুষ্টি ৷ এই খেলখন অতিকৈ ৰোমাঞ্চকৰ ৷ আমি দেখিছো কিমানে হাৰিছে ৷

ৰোহিত শৰ্মাৰ মতে, ক্ৰণাল আৰু ঈশাণে ভাল খেলিছে ৷ তেওঁলোকে ছমাহৰ বাবে ক্ৰিকেট খেলা নাই, নিজৰ পাৰদৰ্শিতা দেখুৱাব লাগিব ৷

টুইটটোত ক্ৰিকেটাৰ গৰাকীয়ে লিখিলে, শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছে কলকাতা কিংছ ৰাইডাৰ্ছৰ বিৰুদ্ধে 148 ৰানৰ লগতে 5 উইকেট দখল কৰো ৷ আমি সকলো প্ৰত্যাহ্বানৰ মুখামুখি হৈছো, শেষলৈ আমি এইখিনি পালো ৷

"সদায় নিজৰ ওপৰত গুৰুত্ত্ব দিব লাগে ৷ প্ৰথমতে আমিও খেলত হাৰিছিলো; কিন্তু এতিয়া আমি জয় হৈছো ৷ মই ভাবো দ্বিতীয় সুযোগ দিব লাগে |" এইধৰনেও উল্লেখ কৰিলে টুইটটোত ৷

লগতে পঢ়কঃমিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.