ETV Bharat / sports

আইচিচিৰ নিৰ্দেশাৱলী ভংগৰ অভিযোগত সতৰ্কবাণী প্ৰেৰণ কোহলীলৈ

author img

By

Published : Sep 24, 2019, 2:52 PM IST

পুনৰবাৰ আইচিচিৰ নিৰ্দেশাৱলী ভংগ কৰাৰ বাবে সতৰ্কবাণী লাভ কৰাৰ লগতে আৰু এটা নেতিবাচক পইন্ট সংযোজন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নামত ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় টি 20 মেচত কোহলীয়ে ভংগ কৰিছিল আইচিচিৰ নিৰ্দেশাৱলীৰ 2.12 সংখ্যক অনুচ্ছেদ ৷

বিৰাট কোহলী

স্পৰ্টছ ডেস্ক, 24 ছেপ্টেম্বৰঃ পুনৰবাৰ আইচিচিৰ নিৰ্দেশাৱলী ভংগ কৰাৰ বাবে সতৰ্কবাণী লাভ কৰাৰ লগতে আৰু এটা নেতিবাচক পইন্ট সংযোজন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নামত ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় টি 20 মেচত কোহলীয়ে ভংগ কৰিছিল আইচিচিৰ নিৰ্দেশাৱলীৰ 2.12 সংখ্যক অনুচ্ছেদ ৷

আইচিচিৰ নিৰ্দেশাৱলী ভংগৰ অভিযোগত সতৰ্কবাণী প্ৰেৰণ কোহলীলৈ

উল্লেখ্য যে,দেওবাৰে অনুষ্ঠিত মেচৰ পঞ্চম অ'ভাৰত দক্ষিণ আফ্ৰিকাৰ বলাৰ বিউৰেন হেন্দ্ৰিকছৰ সৈতে ৰান সংগ্ৰহ কৰাৰ সময়ত মুখামুখি হৈছিল কোহলী ৷ 2016 বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে আইচিচিৰ নিৰ্দেশাৱলী ভংগ কৰিছে কোহলীয়ে ৷ ইয়াৰ ফলত বৰ্তমানলৈকে তিনিটাকৈ নেতিবাচক পইন্ট সংযোজন হৈছে কোহলীৰ নামত ৷

New York (USA), Sep 24 (ANI): Prime Minister Narendra Modi met with United Nations International Children's Emergency Fund (UNICEF) Executive Director, Henrietta Fore in New York Sep 24. PM underlined the efforts made by the Government towards health and nutrition of children in India through several focused initiatives.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.