ETV Bharat / sports

ব্ৰেডন মেক্কুলামৰ সমালোচনাৰ পাচত কেন উলিয়ামচনৰ প্ৰতিক্ৰিয়া - Brendon McCullum comment on Kane Williamson Captanincy

কেন উলিয়ামচনৰ অধিনায়কৰ দায়িত্বক লৈ ব্ৰেডন মেক্কুলামৰ মন্তব্যৰ পাচতেই কেন উলিয়ামচনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ দলৰ বাবে সকলো কৰিবলৈ সাঁজু ৷

ব্ৰেডন মেক্কুলামৰ সমালোচনাৰ পাচত কেন উলিয়ামচনৰ প্ৰতিক্ৰিয়া
ব্ৰেডন মেক্কুলামৰ সমালোচনাৰ পাচত কেন উলিয়ামচনৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jan 23, 2020, 9:09 PM IST

স্পৰ্টছ ডেস্ক, 23 জানুৱাৰীঃ শুকুৰবাৰৰ পৰা ভাৰতৰ বিৰুদ্ধে পাঁচখন টি-20 শৃংখলাৰ প্ৰথমখন মেচত মুখামুখি হ’ব নিউজিলেণ্ড ৷ কিন্তু ইয়াৰ পূৰ্বেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিচতেই অধিনায়কৰ দায়িত্বক লৈ মেক্কুলামৰ সমালোচনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিউজিলেণ্ডৰ বৰ্তমানৰ অধিনায়ক কেন উলিয়ামচনে ৷

নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামচন
নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামচন

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা ভূমিতেই বক্সিং ডে টেষ্টত 3-0 ব্যৱধানত শোচনীয় পৰাজয়ৰ পাচতেই অধিনায়কৰ দায়িত্বক লৈ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে উলিয়ামচন ৷ নিউজিলেণ্ডৰ প্ৰাক্তন খেলুৱৈ মেক্কুলামে কয়, উলিয়ামচনৰ অধিনায়কৰ ভূমিকাত বৰ্তমান মই সেই আনন্দ লাভ কৰিব পৰা নাই, যাৰ বাবে অন্তত টি-20ৰ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লওক তেওঁ ৷

অষ্ট্ৰেলিয়াৰ হাতত 3-0 ব্যৱধানত পৰাস্ত কিবি বাহিনী
অষ্ট্ৰেলিয়াৰ হাতত 3-0 ব্যৱধানত পৰাস্ত কিবি বাহিনী

ইয়াৰ পাচতেই কেন উলিয়ামচনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, দলক সঠিক দিশত লৈ যাবলৈ মই সকলো কাম কৰিবলৈ প্ৰস্তুত ৷ এইয়া কোন ব্যক্তিগত কথা নহয়, এইয়া দলৰ কথা ৷

ভাৰত বনাম নিউজিলেণ্ড শৃংখলা
ভাৰত বনাম নিউজিলেণ্ড শৃংখলা

ভাৰতৰ বিৰুদ্ধে দলটোৱে 5 খন টি-20, 3 খন এদিনীয়া, 2 খন টেষ্ট মেচত অৱতীৰ্ণ হ’ব ঘৰুৱা দলটো ৷ উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে বিগত বৰ্ষত 2-1 ব্যৱধানত টি-20 শৃংখলা জয় লাভ কৰিবলৈ সক্ষম হৈছিল নিউজিলেণ্ড দলটোৱে ৷

Intro:Body:

Auckland: New Zealand skipper Kane Williamson on Thursday ahead of the five-match T20I series against India, insisted that he is open to doing whatever it takes to get his team in the right direction.

His words came on the back of speculation regarding captaincy of the Kiwi side. There have been calls to divide the leadership among players for different formats of the game.

"For me, it's always been about what's best for the team. If those discussions are to eventuate and collectively there's a thought that it would be best for the team, then my stance is whatever is right and fits the group," Williamson was quoted as saying by a New Zealand daily.

"I am always open to whatever is going to move the team in those directions," he added.

Williamson acknowledged the number of challenges that come with leading the side but went on to say that he is fortunate to lead his side in an international sport.

"I do feel fortunate to be leading such a great group of guys that share a similar passion, which is to keep moving this team forward. I am not the only one that is trying to lead that - there are a number of other guys, senior players and some younger guys who obviously share the passion, and that's encouraged in the group," Williamson said.

"Without a doubt, there are a number of challenges that come throughout that period that you are in the job, and I've been in it for some time now, and you are forever dealing with those challenges. It's part and parcel of the job, but for me, the focus is very much helping the team to grow and move in the right direction," he added.

New Zealand recently had to endure a 0-3 series loss against Australia in the longest format of the game.

The side will now take on India in five T20Is, three ODIs and two Tests.

The first T20I will be played on Friday, January 24 at Auckland.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.