ETV Bharat / sports

সুৰেশ ৰাইনালৈ জন্টী ৰোডছ, হৰভজনৰ বিশেষ বাৰ্তা - আঁঠুৰ অস্ত্ৰোপচাৰ

আঁঠুৰ অস্ত্ৰোপচাৰৰ পাছতে জন্টী ৰোডছ আৰু হৰভজন সিঙৰ পৰা বিশেষ বাৰ্তা লাভ কৰিছে ৰাইনাই ৷

সুৰেশ ৰাইনালৈ জন্টী ৰোডছ, হৰভজনৰ বিশেষ বাৰ্তা
author img

By

Published : Aug 10, 2019, 5:33 PM IST

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন তথা সৰ্বকালৰ মহান ফিল্ডাৰ সকলৰ অন্যতম জন্টী ৰোডছে ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনালৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে ৷ বিচিচিআইয়ে ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰৰ খবৰ টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰাৰ পাছতে বাৰ্তা প্ৰেৰণ কৰে ৰোডছে ৷

ৰোডছে টুইটাৰত লিখে যে, নিজ কেৰিয়াৰত অসাধাৰণ কৰ্ম নৈতিকতাৰ জৰিয়তে ৰাইনা সকলোৰে অনুপ্ৰেৰণা হৈ আহিছে ৷ অস্ত্ৰোপচাৰৰ পাছতে আৰাম নোলোৱাকৈ পুনৰ প্ৰশিক্ষণলৈ ৰাইনা সাজু হৈ পৰিব বুলি মন্তব্য কৰি বিশ্ৰাম ল'বলৈ আহ্বান জনাই ৰোডছে ৷

প্ৰাক্তন ভাৰতীয় স্পীনাৰ তথা ৰাইনাৰ প্ৰাক্তন সতীৰ্থ হৰভজন সিঙেও টুইটাৰৰ জৰিয়তে ৰাইনাৰ আশু আৰোগ্য কামনা কৰে ৷

উল্লেখ্য যে, সুৰেশ ৰাইনাই ভাৰতৰ হৈ 18 খনকৈ টেষ্ট মেচত অৱতীৰ্ণ হৈ 768 ৰাণ সংগ্ৰহ কৰাৰ লগতে 226 খন এদিনীয়াত 5,615 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰোপৰি, 78 খনকৈ টি - 20 ত অংশগ্ৰহণ কৰা ৰাইনাই সৰ্বমুঠ 1,605 ৰাণ সংগ্ৰহ কৰিছে ৷

JONTY RHODES, HARBHAJAN SHARE SPECIAL MESSAGE FOR SURESH RAINA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.