ETV Bharat / sports

এই মানসিক আঘাতৰ পৰা ওলাবলৈ সময় লাগিব: তামিম ইকবাল

author img

By

Published : Mar 17, 2019, 7:02 PM IST

বাংলাদেশ ক্ৰিকেট দলৰ বিস্ফোৰক বেটছ্মেন তামিম ইকবালে নিউজিলেণ্ডত সংঘটিত গুলীবৰ্ষণৰ ঘটনাই তেওঁলোকক মানসিক আঘাত দিয়া বুলি জনায় ।

BANGLADESH CRICKET TEAM

নিউজ ডেস্ক, ১৭ মাৰ্চ: বাংলাদেশ ক্ৰিকেট দলৰ অপেনাৰ বেটছ্মেন তামিম ইকবালে জনাই যে নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চত সংঘটিত ঘটনাৰ পাছত তেওঁলোকে যি মানসিক আঘাত পাইছে তাৰ পৰা হাত হাৰিবলৈ দলটোক বহু সময়ৰ প্ৰয়োজন । লগতে বিস্ফোৰক খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে পৰিয়ালৰ সকলো সদস্য এই ঘটনাক লৈ চিন্তিত হৈ আছিল সেয়েহে ঘৰলৈ ঘূৰি আহি শান্তি লাভ কৰিছে ।

ETV BHARAT
BANGLADESH CRICKET TEAM

উল্লেখ্য যে, শুকুৰবাৰে নিউজিলেণ্ডত সংঘটিত চাঞ্চল্যকাৰী গুলীবৰ্ষণৰ সময়ত বাংলাদেশ ক্ৰিকেট দলটো ঘটনাস্থলীৰ পৰা ওচৰতে আছিল ।

IT WILL TAKE TIME TO GET OUT OF NZ TRAUMA:TAMIM

PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.