ETV Bharat / sports

আই পি এলত আজিঃ মুম্বাই বনাম কলকাতা

author img

By

Published : May 5, 2019, 2:19 PM IST

প্লে' অফত স্থান নিশ্চিত কৰিবলৈ মৰণপণ যুঁজত অৱতীৰ্ণ হ'ব কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এলত আজিঃ মুম্বাই বনাম কলকাতা

স্পৰ্টছ ডেস্ক,5 মেঃ আই পি এলৰ 56 সংখ্যক মেচত আজি মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ ৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত সন্ধিয়া 8 বজাৰ পৰা আৰম্ভ হব খেল খন ৷

ইতিমধ্যে,মুম্বাই ইণ্ডিয়ানছ দলে প্লে' অফত স্থান নিশ্চিত কৰাৰ বিপৰীতে 12 পইন্টেৰে পইন্ট তালিকাৰ পঞ্চম স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ ৷ আজিৰ খেলখনত জয়লাভ কৰিলেই প্লে' অফত স্থান নিশ্চিত হ'ব কলকাতা দলৰ ৷ অন্যথা, ছানৰাইজাৰ্ছ হায়দৰাবাদক প্লে' অফৰ বাবে স্থান এৰি দিব লাগিব দলটোৱে ৷

IPL MATCH NO 56 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.