ETV Bharat / sports

আই পি এলত আজি হায়দৰাবাদ বনাম পাঞ্জাৱৰ যুঁজ

author img

By

Published : Apr 29, 2019, 12:19 PM IST

প্লে' অফত স্থান লাভৰ আশা সজীৱ কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব দুয়োটা দল ৷ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৮ বজাৰ পৰা আৰম্ভ হ'ব খেলখন ।

আই পি এলত আজি হাইদৰাবাদ বনাম পাঞ্জাৱৰ যুঁজ

স্পৰ্টছ ডেস্ক,২৯ এপ্ৰিলঃ আই পি এলৰ ৪৮ সংখ্যক মেচত আজি মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কিংছ ইলেভেন পাঞ্জাৱ । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৮ বজাৰ পৰা আৰম্ভ হ'ব খেলখন ।

বৰ্তমানলৈ সমসংখ্যক ১০ পইন্ট লাভ কৰিছে দুয়োটা দলে । তেনেস্থলত প্লে অফ'ত স্থান লাভ কৰিবলৈ হ'লে দুয়োটা দলৰ বাবেই খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে । অপেনাৰদ্বয় ডেভিদ ৱাৰ্ণাৰ আৰু জনি ৱেষ্ট্ৰ হৈছে হায়দৰাবাদ দলৰ প্ৰধান শক্তি । চলিত সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী খেলুৱৈৰ তালিকাৰ ৬১১ ৰাণেৰে শীৰ্ষত আছে ডেভিদ ৱাৰ্ণাৰ ৷ আনহাতে, পাঞ্জাৱ দলৰ মূলশক্তি হৈছে বিস্ফোৰক বেটছমেন ক্ৰিছ গেইল,কে এল ৰাহুল আৰু অধিনায়ক ৰবীচন্দ্ৰন অশ্বিন ৷

IPL MATCH NO 48

আই পি এলত আজি হাইদৰাবাদ বনাম পাঞ্জাৱৰ যুঁজ

প্লে অফত স্থান লাভৰ আশা সজীৱ কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব দুয়োটা দল

স্পৰ্টছ ডেস্ক,২৯ এপ্ৰিলঃ আই পি এলৰ ৪৮ সংখ্যক মেচত আজি মুখামুখি হ'ব ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু কিংছ ইলেভেন পাঞ্জাৱ । হাইদৰাবাদৰ ৰাজীৱ গান্ধী ইন্টাৰনেছনেল ষ্টেডিয়ামত সন্ধিয়া ৮ বজাৰ পৰা আৰম্ভ হ'ব খেল খন । 

বৰ্তমানলৈ সমসংখ্যক ১০ পইন্ট লাভ কৰিছে দুয়োটা দলে । তেনেস্থলত প্লে অফ'ত স্থান লাভ কৰিবলৈ হ'লে দুয়োটা দলৰ বাবেই খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে । অপেনাৰদ্বয় ডেভিদ ৱাৰ্ণাৰ আৰু জনি ৱেষ্ট্ৰ হৈছে হাইদৰাবাদ দলৰ প্ৰধান শক্তি । চলিত সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী খেলুৱৈৰ তালিকাৰ  ৬১১ ৰাণেৰে শীৰ্ষত আছে ডেভিদ ৱাৰ্ণাৰ ৷ আনহাতে, পাঞ্জাৱ দলৰ মূলশক্তি হৈছে বিস্ফোৰক বেটছমেন ক্ৰিছ গেইল,কে এল ৰাহুল আৰু অধিনায়ক ৰবীচন্দ্ৰন অশ্বিন ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.