ETV Bharat / sports

'ফেয়াৰ প্লে' শপত গ্ৰহণৰ বাবে চেন্নাইত উপস্থিত আইপিএলৰ অধিনায়ক সকল

আইপিএলৰ 'ফেয়াৰ প্লে' শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বৃহস্পতিবাৰে চেন্নাইত উপস্থিত হয় আইপিএলৰ ৮ টা দলৰ অধিনায়ক সকল ।

IPL TROPHY
author img

By

Published : Mar 22, 2019, 10:26 AM IST

নিউজ ডেস্ক, ২২ মাৰ্চ: ২৩ মাৰ্চ, শনিবাৰৰ পৰা আৰম্ভ হ'ব ভাৰতীয় প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএল । সেই সূত্ৰে বৃহস্পতিবাৰে আইপিএলৰ ৮ টা দলৰ অধিনায়ক সকল চেন্নাইত 'ফেয়াৰ প্লে' শপত গ্ৰহনৰ বাবে উপস্থিত হয় । নিৰপেক্ষ খেলভাৱনাৰে খেলপথাৰত নমাৰ উদ্দেশ্যৰে এই শপত গ্ৰহন অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ETV BHARAT
IPL TROPHY

উল্লেখ্য যে, এইবছৰৰ আইপিএলৰ উদ্ধোধনী অনুষ্ঠান বাতিল কৰি সেই ধনসমূহ পুলৱামা আক্ৰমনত নিহতৰ পৰিয়ালক প্ৰদান কৰা হ'ব । সেয়েহে অধিনায়ক সকলৰ শপত গ্ৰহন অনুষ্ঠানটোৰ এক প্ৰদৰ্শনীহে অনুষ্ঠিত হ'ব ।

IPL CAPTAINS REACH CHENNAI TO SIGN 'FAIR PLAY' PLEDGE

'ফেয়াৰ প্লে' শপত গ্ৰহনৰ বাবে চেন্নাইত উপস্থিত আইপিএলৰ অধিনায়ক সকল

নিউজ ডেস্ক, ২২ মাৰ্চ: ২৩ মাৰ্চ, শনিবাৰৰ পৰা আৰম্ভ হ'ব ভাৰতীয় প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএল । সেই সূত্ৰে বৃহস্পতিবাৰে আইপিএলৰ ৮ টা দলৰ অধিনায়ক সকল চেন্নাইত 'ফেয়াৰ প্লে' শপত গ্ৰহনৰ বাবে উপস্থিত হয় । নিৰপেক্ষ খেলভাৱনাৰে খেলপথাৰত নমাৰ উদ্দেশ্যেৰে এই শপত গ্ৰহন অনুষ্ঠানৰ আয়োজন কৰা হয় । 

উল্লেখ্য যে, এইবছৰৰ আইপিএলৰ উদ্ধোধনী অনুষ্ঠান বাতিল কৰি সেই ধনসমূহ পুলৱামা আক্ৰমনত নিহতৰ পৰিয়ালক প্ৰদান কৰা হ'ব । সেয়েহে অধিনায়ক সকলৰ শপত গ্ৰহন অনুষ্ঠানটোৰ এক প্ৰদৰ্শনীহে অনুষ্ঠিত হ'ব । 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.