ETV Bharat / sports

আইপিএল ২০১৯ ৰ শীৰ্ষ সংগীত মুকলি

২৩ মাৰ্চ, ২০১৯ ৰ পৰা আৰম্ভ হ'ব লগা আইপিএল ১২ তম সংস্কৰণৰ বিজ্ঞাপন আৰু শীৰ্ষ সংগীত মুকলি কৰা হয় । "গেম বনায়েগা নেম" নামৰ গীতটোত অভিনয় কৰিছে বিশ্বৰ আগশাৰীৰ খেলুৱৈসকলে ।

author img

By

Published : Mar 6, 2019, 6:12 PM IST

IPL 2019 THEME SONG

নিউজ ডেস্ক, ৬ মাৰ্চ: চলিত মাহৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হ'ব লগা আইপিএল ১২ তম সংস্কৰণৰ গভৰ্নিং কাউন্সিল আৰু প্ৰচাৰক সন্থাই এই বছৰৰ বিজ্ঞাপন জাৰি কৰিছে । এই বিজ্ঞাপনৰ সংগতি ৰাখি এটা গীত মুকলি কৰা হৈছে আৰু গীতটি হৈছে "গেম বনায়েগা নেম" । এই গীতটোত প্ৰত্যেকটো স্বত্বাধিকাৰী দলৰ একো একো জনকৈ খেলুৱৈক অভিনয় কৰা দেখা গ'ল । গীতটোত বিৰাট কোহলী, ৰোহিত শৰ্মা, মহেন্দ্ৰ সিং ধোনী, আৰ. অশ্বিন, দিনেশ কাৰ্তিক, ঋষভ পন্ত, ৰছিদ খান, জয়দেৱ উনাদকতৰ দৰে আগশাৰীৰ খেলুৱৈসকলক অভিনয় কৰা দেখা গ'ল ।

ETV BHARAT
IPL 2019 THEME SONG

উল্লেখ্য যে, বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ হিচাপে পৰিচিত ভাৰতীয় সংস্কৰণৰ এই লীগ আইচিচি বিশ্বকাপ সূচীৰ বাবে দুই সপ্তাহৰ পূৰ্বে আৰম্ভ কৰা হৈছে ।

IPL 2019 THEME SONG RELEASED

PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.