ETV Bharat / sports

খেল বাতিল কৰিলে ভাৰতক উত্তৰ দিব সাজুঃ পিচিবি - আইচিচি বিশ্বকাপ ২০১৯

বুধবাৰে ডুবাইৰ আই চি চি বৈঠকত আলোচনা হ'ব ভাৰত-পাক খেলৰ বিষয়ে

বুধবাৰে ডুবাইৰ আই চি চি বৈঠকত চৰ্চিত হ'ব ভাৰত-পাক খেলৰ বিষয়ে
author img

By

Published : Feb 27, 2019, 2:48 PM IST

স্পৰ্টচ্ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতে যদিহে আসন্ন আইচিচি বিশ্বকাপৰ ১৬ জুনত অনুষ্ঠিত হ'বলগীয়া পাকিস্তানৰ বিৰুদ্ধে খেলখন বৰ্জনৰ সিদ্ধান্ত লয় তেতিয়া পাকিস্তানে তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মতপোষণ কৰে পাকিস্তান ক্ৰিকেট বৰ্ডৰ বিষয়ববীয়াই। পুলৱামা আক্ৰমণৰ বিৰোধিতাৰে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট নেখেলাৰ চৰ্চা চলি আছিল। সেয়েহে খেলখনক লৈএতিয়াও অনিশ্চয়তা আছে ।

বুধবাৰৰ পৰা ডুবাইত আৰম্ভ হ'বলগীয়া আই চিচিৰ বৈঠকত ভাৰত-পাকৰ খেল সম্পৰ্কে আলোচনা কৰা হ'ব।পাকিস্তান ক্ৰিকেট বৰ্ডৰ হৈ উক্ত সভাত উপস্থিত থাকিব অধ্যক্ষ এহচান মতি, মহাপ্ৰবন্ধক ৱাচিম খান, আৰু চি অ' অ' সুভাত আহমদ।

পিচিবিৰ বিষয়া এগৰাকীয়ে কয় যে, যদিহে ভাৰতে ৱাক অভাৰ দিয়ে তেন্তে তেওঁলোকৰ কোনো আপত্তি নাথাকে। কিন্তু নক্ আউট পৰ্যায়ত যদিহে দুয়োটা দল মুখা-মুখি হয়, তেন্তে কেনেকৈসমাধান হ'ব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে।

আইচিচিৰ বৈঠকত ভাৰতক উত্তৰ দিব সাজুঃ পিচিবি

বুধবাৰে ডুবাইৰ আই চি চি বৈঠকত চৰ্চিত হ'ব ভাৰত-পাক খেলৰ বিষয়ে

স্পৰ্টচ্ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতে যদিহে আসন্ন আইচিচি বিশ্বকাপৰ ১৬ জুনত অনুষ্ঠিত হ'বলগীয়া পাকিস্তানৰ বিৰুদ্ধে খেলখন বৰ্জনৰ সিদ্ধান্ত লয় তেতিয়া পাকিস্তানে তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মত পোষণ কৰে পাকিস্তান ক্ৰিকেট বৰ্ডৰ বিষয়ববীয়াই। পুলৱামা আক্ৰমণৰ বিৰোধীতাৰে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট নেখেলাৰ চৰ্চা চলি আছিল। সেয়েহে খেলখনক লৈ  এতিয়াও অনিশ্চয়তা আছে । 

বুধবাৰৰ পৰা ডুৱাইত আৰম্ভ হ'বলগীয়া আই চিচিৰ বৈঠকত  ভাৰত-পাকৰ খেল সম্পৰ্কে আলোচনা কৰা হ'ব।  পাকিস্তান ক্ৰিকেট বৰ্ডৰ হৈ উক্ত সভাত উপস্থিত থাকিব অধ্যক্ষ এহচান মতি, মহাপ্ৰবন্ধক ৱাচিম খান, আৰু চি অ' অ' সুভাত আহমদ।

পিচিবিৰ বিষয়া এগৰাকীয়ে কয় যে, যদিহে ভাৰতে ৱাক অভাৰ দিয়ে তেন্তে তেওঁলোকৰ কোনো আপত্তি নাথাকে। কিন্তু নক্ আউট প্ৰৰ্যায়ত যদিহে দুয়োটা দল মুখা-মুখি হয়, তেন্তে কেনেকে সমাধান হ'ব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.